- কামপুৰত ধন দাবীৰ অভিযোগত আটক এজন
- দাবী কৰা ধন ল'বলৈ আহি ৰঙাঘৰৰ আলহী হ'ল আফাজউদ্দিন
- বিবাহ বিচ্ছেদিত পত্নীৰ পৰিয়ালৰ পৰা দাবী কৰিছিল তিনি লাখ টকা
- দাবী কৰা ধন দিব নোৱাৰিলে ঘৰ জ্বলাই দিয়াৰ ভাবুকি আফাজউদ্দিনৰ
- বৃহস্পতিবাৰে পুৱাই ধন নিবলৈ আহি গ্ৰেপ্তাৰ হ'ল আফাজউদ্দিন
- পিচত জয়নালৰ পৰিয়ালে আফাজউদ্দিনক ধৰি গতাই দিয়ে আৰক্ষীক
ধনদাবীৰ অভিযোগত কামপুৰত এজনক আটক - আফাজউদ্দিন
দাবী কৰা ধন ল'বলৈ আহি জালত পৰিল প্ৰৱঞ্চক আফাজউদ্দিন
![ধনদাবীৰ অভিযোগত কামপুৰত এজনক আটক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3230205-thumbnail-3x2-nag.jpg?imwidth=3840)
ধন দাবীৰ অভিযোগত কামপুৰত আটক এজন লোক
- কামপুৰত ধন দাবীৰ অভিযোগত আটক এজন
- দাবী কৰা ধন ল'বলৈ আহি ৰঙাঘৰৰ আলহী হ'ল আফাজউদ্দিন
- বিবাহ বিচ্ছেদিত পত্নীৰ পৰিয়ালৰ পৰা দাবী কৰিছিল তিনি লাখ টকা
- দাবী কৰা ধন দিব নোৱাৰিলে ঘৰ জ্বলাই দিয়াৰ ভাবুকি আফাজউদ্দিনৰ
- বৃহস্পতিবাৰে পুৱাই ধন নিবলৈ আহি গ্ৰেপ্তাৰ হ'ল আফাজউদ্দিন
- পিচত জয়নালৰ পৰিয়ালে আফাজউদ্দিনক ধৰি গতাই দিয়ে আৰক্ষীক
ধন দাবীৰ অভিযোগত কামপুৰত আটক এজন লোক
Intro:কামপুৰৰ কাকতি গাঁৱত প্ৰৱঞ্চক আটক ।প্ৰৱঞ্চকটো ধিং জেঙনিৰ আফাজ উদ্দিন ।কাকতিগাঁৱৰ জয়নাল আবেদিন নামৰ লোক জনৰ পৰা তিনিলাখ টকা দাবী কৰিছিল ।দাবী কৰা ধন দিব নোৱাৰিলে ঘৰ জ্বলাই দিয়াৰ ভাবুকি দিছিল আফাজ উদ্দিনে ।বৃহস্পতিবাৰে পুৱাই ধন নিবলৈ আহিছিল আফাজ উদ্দিন ।জয়নালৰ পৰিয়ালে আফাজউদ্দিনক ধৰি আৰক্ষীক গতাই দিয়ে ।
Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion: