হোজাই,14জুনঃ ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচী দিয়াৰ দাবীৰে সৰৱ হৈছে বদৰুদ্দিন আজমল। নৃশংস হত্যাৰ বলি হোৱা ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক কঠোৰ শাস্তি দিয়াৰ দাবী মৌলানা বদৰুদ্দিন আজমলৰ ৷
ঋতুপৰ্ণ পেগুৰ পৰিয়াললৈ আজমল ফাউণ্ডেচনৰ এক লাখ টকাৰ আৰ্থিক সাহায্য