ETV Bharat / state

বঢ়মপুৰৰ কামপুৰ কচুৱা পথত ভয়ংকৰ পথ দূৰ্ঘটনা - বঢ়মপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ট্ৰেক্টৰ আৰু মটৰচাইকেলৰ মাজৰ সংঘৰ্ষত থিতাতে নিহত হয় ট্ৰেক্টৰ চালক মেৰাজুল ইছলাম ৷ কামপুৰৰ পৰা কচুৱা অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় ট্ৰেক্টৰখন ৷

one died in road accident in barhampur
বঢ়মপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
author img

By

Published : Jan 2, 2020, 5:45 PM IST

বঢ়মপুৰ , 2 জানুৱাৰীঃ বঢ়মপুৰৰ কামপুৰ কচুৱা পথত সংঘটিত পথ দুৰ্ঘটনাত নিহত হয় এজন ব্যক্তি ৷ ঘটনাৰ বিৱৰণী মতে, এখন বাইকক মহতিয়াই নি পথৰ ওপৰতে বাগৰি পৰে এখন তীব্ৰবেগী ট্ৰেক্টৰ ৷ দুৰ্ঘটনাটোৰ ফলত বাইক আৰোহী চাইফুল ইছলাম আৰু ট্ৰেক্টৰত অহা নেকিবুদ্দিন আহমেদ গুৰুতৰভাৱে আহত হোৱাৰ লগতে নিহত হয় ট্ৰেক্টৰ চালক মেৰাজুল ইছলাম ৷ কামপুৰৰ পৰা কচুৱা অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় ট্ৰেক্টৰখন ৷ তিনিওকে সংকটজনক অৱস্থাত নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও মৃত্যু হয় দাপাৰা মিনাপামৰ মেৰাজুল ইছলামৰ ৷

লগতে পঢ়কঃ প্লাষ্টিকমুক্ত পৃথিৱীৰ প্ৰত্যাশাৰে সংকল্পবদ্ধ এদল যুৱক-যুৱতী

Intro:বঢ়মপুৰৰ কামপুৰ কচুৱা পথত ভয়ংকৰ পথ দূৰ্ঘটনা ৷ নিহত এজন আৰু আহত দুজন ।

Anchor- কামপুৰ কচুৱা পথত ভয়ংকৰ পথ দূৰ্ঘটনা ৷ এখন বাইকক মহতিয়াই নি পথৰ ওপৰতে বাগৰি পৰিল তীব্ৰ বেগী টেক্টৰ ৷ দূৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় টেক্টৰৰ চালক মেৰাজুল ইছলাম ৷ গুৰুতৰ ভাৱে আহত হয় বাইক আৰোহী লগতে টেক্টৰত অহা ব্যক্তিজন।পিছত সংকটজনক অৱস্থাত তিনিওকে নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আহত বাইক আৰোহী চাইফুল ইছলাম আনজন নেকিবুদ্দিন আহমেদ ৷ কামপুৰৰ পৰা কচুৱা অভিমুখে গৈ আছিল টেক্টৰ খন ৷ নিহত চালক মেৰাজুলৰ ঘৰ দাপাৰা মিনাপামত ৷ বাইক নং এএছ ০২ জে ৩৫৩৮Body:Byte = আহত লোক

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.