- চামগুৰিৰ ৰঙাগড়াত শোকাৱহ পথ দুৰ্ঘটনা
- নিশা দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে এজন চাইকেল আৰোহীক
- নিহত চাইকেল আৰোহীজন চামগুৰি কনুৱামাৰিৰ প্ৰীতুষ বৰ্মন
- দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকখন
- ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে
- ট্ৰাকখনৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে
দ্ৰুতবেগী ট্ৰাকৰ চেঁপাত মৃত্যু চাইকেল আৰোহীৰ - Road accident at Samaguri
দিন দুৰতে ৰাজপথত দ্ৰুতবেগী ট্ৰাকৰ দৌৰাত্ম্য (Road accident at Samaguri ) ৷ দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে এজন চাইকেল আৰোহীক (One died in road accident)৷
![দ্ৰুতবেগী ট্ৰাকৰ চেঁপাত মৃত্যু চাইকেল আৰোহীৰ one died in road accident at Samaguri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16430210-thumbnail-3x2-kk.jpg?imwidth=3840)
দ্ৰুতবেগী ট্ৰাকৰ চেঁপাত মৃত্যু চাইকেল আৰোহীৰ