ETV Bharat / state

জুৰীয়াত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু

মহিলাগৰাকী তেলিয়াৰ বেবেজীয়া গাঁৱৰ ৰুকিয়া বেগম

জুৰীয়াত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু
author img

By

Published : Jul 29, 2019, 12:32 PM IST

  • ৰাজ্যত অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ আতংক
  • জুৰীয়াত মৃত্যু এগৰাকী মহিলাৰ
  • মহিলাগৰাকী তেলিয়াৰ বেবেজীয়াৰ গাঁৱৰ ৰুকিয়া বেগম
  • বিগত কেইবাদিন ধৰি জ্বৰত আক্ৰান্ত হৈ মহিলাগৰাকী চিকিৎসাধীন হৈ আছিল
    জুৰীয়াত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু

  • ৰাজ্যত অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ আতংক
  • জুৰীয়াত মৃত্যু এগৰাকী মহিলাৰ
  • মহিলাগৰাকী তেলিয়াৰ বেবেজীয়াৰ গাঁৱৰ ৰুকিয়া বেগম
  • বিগত কেইবাদিন ধৰি জ্বৰত আক্ৰান্ত হৈ মহিলাগৰাকী চিকিৎসাধীন হৈ আছিল
    জুৰীয়াত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু
Intro:জুৰীয়াত জাপানীজ এনকেফ্লাইটিছত মহিলাৰ মৃত্যু ৷Body: ৰাজ্যত জাপানীজ এনকেফেলাইটিজ ৰোগত অাক্ৰান্ত হৈ ইতিমধ্যে কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ সময়তে জুৰীয়াত আজি এগৰাকী মহিলাৰ জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।জুৰীয়া তেলিয়া বেবেজীয়া গাৱৰ ৰুকিয়া বেগম নামৰ মহিলা গৰাকী যোৱা কিছুদিন ধৰি জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ গুৱাহাটীৰ ৰহমান হস্পিটেলত চিকিৎসাধীন হৈ আছিল যদিও অৰ্থৰ অভাৱত পৰিয়ালৰ লোকে ঘৰলৈ ওভতাই আনিবলৈ বাধ্য হৈছিল।ঘৰতেই চিকিৎসাধীন অৱস্থাত মহিলা গৰাকীৰ আজি সোমবাৰে পুৱা মৃত্যু হয়। ইফালে জুৰীয়াৰ বিভিন্ন অঞ্চলত বহু লোক জ্বৰত ভূগি আছে । কিন্তু বিয়াগোম স্বাস্থ্য বিভাগে বৰ্তমানলৈকে এই অঞ্চল সমূহত কোনো ব্যৱস্থা গ্রহণ কৰা দেখা পোৱা নাই । স্বাস্থ্য বিভাগে যদি সঠিক সময়ত ব্যৱস্থা গ্রহণ নকৰে তেন্তে এই ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে ।
ৰূপহীহাটৰ পৰা উত্তম কুমাৰ বৰা ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.