নগাঁও, 23 জুন : নগাঁৱত পিষ্টলসহ আটক এজন কুখ্যাত ডকাইত ৷ এক গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীৰ এটা দলে নগাঁৱৰ চলচলিৰ পৰা এটা 9 এম এম পিষ্টল আৰু এখন বাইকসহ হবিবুৰ ৰহমান নামৰ ডকাইতটোক আটক কৰে । ধৃত হবিবুৰ নাম ডকাইতটো কেন্দুকুৰীৰ বহুকেইটা চুৰি, ডকাইতি কাণ্ডত জড়িত বুলি আৰক্ষীয়ে প্ৰকাশ কৰে । নগাঁও জিলা উপ আৰক্ষী অধীক্ষক মানস শইকীয়া আৰু বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায় আটক কৰে হবিবুৰক ।
9 এম এম পিষ্টলসহ নগাঁৱত আটক কুখ্যাত ডকাইত
গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীয়ে আটক কৰে ডকাইতটোক ৷ লগতে ডকাইতটোৰ পৰা উদ্ধাৰ কৰে এটা 9 এম এম পিষ্টল আৰু এখন বাইক ৷
নগাঁৱত পিষ্টলসহ আটক এজন
নগাঁও, 23 জুন : নগাঁৱত পিষ্টলসহ আটক এজন কুখ্যাত ডকাইত ৷ এক গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীৰ এটা দলে নগাঁৱৰ চলচলিৰ পৰা এটা 9 এম এম পিষ্টল আৰু এখন বাইকসহ হবিবুৰ ৰহমান নামৰ ডকাইতটোক আটক কৰে । ধৃত হবিবুৰ নাম ডকাইতটো কেন্দুকুৰীৰ বহুকেইটা চুৰি, ডকাইতি কাণ্ডত জড়িত বুলি আৰক্ষীয়ে প্ৰকাশ কৰে । নগাঁও জিলা উপ আৰক্ষী অধীক্ষক মানস শইকীয়া আৰু বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায় আটক কৰে হবিবুৰক ।
Intro:নগাওঁ আৰক্ষীৰ জালত নাইন এম এম পিষ্টলসহ আন এটা কুখ্যাত ডকাইত।
Body:নগাওঁ আৰক্ষীয়ে অভিযান চলাই আন এটা কুখ্যাত ডকাইত আটক কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি নগাওঁ আৰক্ষীৰ এটা দলে নগাঁৱৰ ছলচলিৰ পৰা এটা নাইন এম এম পিষ্টলসহ হবিবুৰ ৰহমান নামৰ ডকাইতটোক আটক কৰে। ধৃত কেন্দুকুৰীৰ হবিবুৰ বহুকেইটা চুৰি, ডকাইতিত জড়িত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। নগাওঁ জিলা উপ আৰক্ষী অধীক্ষক সদৰ মানস শইকীয়া আৰু বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰে হবিবুৰক। ।
bite. dsp
----------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৩-৬-১৯
Conclusion: