নগাওঁ, 18 জুলাই: নগাঁৱৰ জুৰীয়াৰ এচিড আক্ৰমণৰ ঘটনাত জড়িতৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে অভিযুক্তক । ধৃত অভিযুক্তটো বলিকটিয়াৰ আজিম উদ্দিন । জুৰীয়া আৰক্ষীয়ে বলিকটিয়াৰ পৰা আটক কৰে দুৰ্বৃত্তটোক। সোমবাৰে নিশা পুঠিমাৰী গাৱঁত ঘৰত প্ৰৱেশ কৰি শোৱা পাটিতে তছলিমা খাতুন নামৰ মহিলা গৰাকীক এচিদ ঢালি আক্ৰমণ কৰিছিল । দুৰ্বৃত্তৰ আক্ৰমণত মহিলা গৰাকীৰ লগতে এটি শিশু আহত হৈ সংকট জনক অৱস্থাত নগাঁৱত চিকিৎসাধীন হৈ আছে ।
জুৰীয়াৰ এচিড আক্ৰমণৰ ঘটনাত এজনক আটক - নগাওঁ
ধৃত অভিযুক্তটো বলিকটিয়াৰ আজিম উদ্দিন । জুৰীয়া আৰক্ষীয়ে বলিকটিয়াৰ পৰা আটক কৰে দুৰ্বৃত্তটোক।
জুৰীয়াৰ এচিড আক্ৰমণৰ এজনক আটক
নগাওঁ, 18 জুলাই: নগাঁৱৰ জুৰীয়াৰ এচিড আক্ৰমণৰ ঘটনাত জড়িতৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে অভিযুক্তক । ধৃত অভিযুক্তটো বলিকটিয়াৰ আজিম উদ্দিন । জুৰীয়া আৰক্ষীয়ে বলিকটিয়াৰ পৰা আটক কৰে দুৰ্বৃত্তটোক। সোমবাৰে নিশা পুঠিমাৰী গাৱঁত ঘৰত প্ৰৱেশ কৰি শোৱা পাটিতে তছলিমা খাতুন নামৰ মহিলা গৰাকীক এচিদ ঢালি আক্ৰমণ কৰিছিল । দুৰ্বৃত্তৰ আক্ৰমণত মহিলা গৰাকীৰ লগতে এটি শিশু আহত হৈ সংকট জনক অৱস্থাত নগাঁৱত চিকিৎসাধীন হৈ আছে ।
Intro:জুৰীয়াৰ এচিড আক্ৰমণৰ ঘটনাত জড়িত এজনক আটক। Body:নগাঁৱৰ জুৰীয়াৰ এচিড আক্ৰমণৰ ঘটনাত জড়িতৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে অভিযুক্তক ।ধৃত অভিযুক্তটো বলিকটিয়াৰ আজিম উদ্দিন। জুৰীয়া আৰক্ষীয়ে বলিকটিয়াৰ পৰা আটক কৰে দুৰ্বৃত্তটোক। সোমবাৰে নিশা পুঠিমাৰী গাৱত ঘৰত প্ৰৱেশ কৰি শোৱা পাটিতে তছলিমা খাতুন নামৰ মহিলা গৰাকীক এচিদ ঢালি আক্ৰমন কৰিছিল।দুৰ্বৃত্তৰ আক্ৰমণত মহিলা গৰাকীৰ লগতে এটি শিশু আহত হৈ সংকট জনক অৱস্থাত নগাৱত চিকিৎসাধীন হৈ আছে।
-------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
17-7-19Conclusion:
-------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
17-7-19Conclusion: