ETV Bharat / state

চামগুৰিত হাতীৰ মৃত্যু সন্দৰ্ভত এজনক আটক

বনবিভাগে আটক কৰা লোকজন দুলাল ঘাটোৱাল বুলি জানিব পৰা গৈছে ৷  খেতিপথাৰত অবৈধভাৱে বিদ্যুৎ সংযোগ কৰিছিল লোকজনে ।

author img

By

Published : May 16, 2019, 11:49 PM IST

চামগুৰিত হাতীৰ মৃত্যু সন্দৰ্ভত এজনক আটক

চামগুৰি, 16 মেঃ চামগুৰিত হাতীৰ মৃত্যু৷ বনৰীয়া হাতীৰ মৃত্যুৰ কাৰণ বিচাৰি অভিযান আৰম্ভ বন বিভাগৰ ৷ বৃহস্পতিবাৰে প্ৰাথমিক পৰ্যায়ত বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ লগতে বন আৰক্ষীৰ । উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে এজনক আটক কৰে বন বিভাগে৷

চামগুৰিত হাতীৰ মৃত্যু সন্দৰ্ভত এজনক আটক

বনবিভাগে আটক কৰা লোকজন দুলাল ঘাটোৱাল বুলি জানিব পৰা গৈছে ৷ খেতিপথাৰত অবৈধভাৱে বিদ্যুৎ সংযোগ কৰিছিল লোকজনে । লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বিদ্যুৎ সংযোগ কৰা তাঁৰ।

Intro:চামগুৰিৰ হাতীৰ মৃত্যু সন্দৰ্ভত এজনক আটক । Body:
চামগুৰিৰ বনৰীয়া হাতীৰ মৃত্যুৰ কাৰণ বিচাৰি অভিযান আৰম্ভ কৰিছে বন বিভাগে। প্ৰাথমিক পৰ্য্যায়ত বিদ্যুৎ স্পৃষ্ট হৈ হাটীটোৰ মৃত্যু হোৱাৰ সন্দেহ। ঘটনা সন্দৰ্ভত এজনক আটক কৰিছে বন বিভাগে ।
বনবিভাগে আটক কৰা লোকজন দুলাল ঘাটোৱাল।
বনৰীয়া হাতীৰ বাবে খেতিৰ কাষত কৰিছিল অবৈধ বিদ্যুত সংযোগ।
লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বিদ্যুত সংযোগ কৰা তাঁৰ।
---------------------------------------------
ৰকিবুল ওৱাহিদ ,নগাওঁ
16-5-19Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.