ETV Bharat / state

কামপুৰৰ এন আৰ চি সেৱা কেন্দ্ৰত চুৰিকাণ্ড

কামপুৰ দেৱনাৰিকলি গাঁও পঞ্চায়তৰ এন আৰ চি সেৱা কেন্দ্ৰত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা, এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন চমু চাপি অহাৰ সময়ত নিজৰ নথি পত্ৰ খেলিমেলি হৈ থকাৰ বাবে এনে কাণ্ড সংঘটিত কৰাৰ সন্দেহ আৰক্ষীৰ ৷

এন আৰ চি সেৱা কেন্দ্ৰত চুৰি
author img

By

Published : Aug 8, 2019, 3:44 PM IST

নগাঁও, 08 আগষ্টঃ কামপুৰ দেৱনাৰিকলি গাঁও পঞ্চায়তৰ এন আৰ চি সেৱা কেন্দ্ৰত বুধবাৰে নিশা সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা ৷ দুৱাৰ ভাঙি কেন্দ্ৰটোত প্ৰৱেশ কৰি এটা জেনেৰেট, দুখন ফেন, এটা কম্পিউটাৰ মনিটৰ চোৰ কৰি নিয়ে দলটোৱে ৷ইয়াৰোপৰি দুটাকৈ আলমিৰা ভাঙি লণ্ডভণ্ড কৰে এন আৰ চিৰ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ ৷ এন আৰ চি চূড়ান্ত খচৰা প্ৰকাশৰ দিন চমু চাপি অহাৰ সময়ত নিজৰ নথি পত্ৰ খেলিমেলি থকাৰ বাবে এনে কাণ্ড সংঘটিত কৰাৰ সন্দেহ ৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷

Intro:কামপুৰ দেৱনাৰিকলি গাঁও পঞ্চায়তৰ এন আৰ চি সেৱা কেন্দ্ৰত চুৰিকাণ্ড ।চুৰে লুটি নিলেএটা জেনেৰেটৰ, দুখন ফেন, এটা কম্পিউটাৰ মনিটৰ । 

Anchor =কামপুৰ দেৱনাৰিকলি গাঁও পঞ্চায়তৰ এন আৰ চি সেৱা কেন্দ্ৰত বুধবাৰে নিশা সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা ৷ নিশা চোৰে দৰ্জাৰ হুক ভাঙি কেন্দ্ৰটোত প্ৰৱেশ কৰি এটা জেনেৰেটৰ, দুখন ফেন, এটা কম্পিউটাৰ মনিটৰ চুৰি কৰি নিয়াৰ লগতে দুটাকৈ আলমিৰা ভাঙি এন আৰ চিৰ বহু গুৰুত্বপূৰ্ন নথিপত্ৰ লণ্ডভণ্ড কৰে ৷ বৃহস্পতিবাৰে পূৱা এন আৰ চি সেৱা কেন্দ্ৰৰ কৰ্মচাৰী কাৰ্যালয়টোত উপস্থিত হোৱাতহে চুৰি ঘটনা পোহৰলৈ আহে।পিছত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।উল্লেখ্য এন আৰ চি প্ৰকাশৰ দিন চমু চাপি অহাৰ সময়তে নিজৰ নথি পত্ৰ খেলিমেলি থকাৰ বাবে ভয়তে কোনো দুস্কৃতিকিৰীয়ে এনে ধৰণৰ ঘটনা সং ঘটিত কৰিছে বুলি সেৱা কেন্দ্ৰ টোৰ বিষয়া, কৰ্মচাৰীয়ে সন্দেহ প্ৰকাশ কৰিছে ।

Body:BYTE = কৰ্মচাৰী ।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.