ETV Bharat / state

নগাঁৱৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ 9 গৰাকী শিক্ষাৰ্থীৰ দেহত COVID-19

নগাঁৱৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ 9 গৰাকী শিক্ষাৰ্থীৰ দেহত পোৱা গৈছে COVID-19 ৰ অৱস্থিতি ৷ ইয়াৰে 3 গৰাকী শিক্ষাৰ্থীৰ দেহত দেওবাৰে আৰু 6 গৰাকীৰ দেহত সোমবাৰে ধৰা পৰে মহামাৰীৰ বিধৰ অৱস্থিতি ৷

নগাঁৱৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান
নগাঁৱৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান
author img

By

Published : Sep 21, 2020, 6:07 PM IST

নগাঁও, 21 চেপ্তেম্বৰ: শিক্ষানুষ্ঠানৰ পাঠদান কাৰ্যসূচীৰ আৰম্ভণিৰ দিনটোতে নগাঁৱৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ 6 গৰাকীকৈ শিক্ষাৰ্থীৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি ৷ উল্লেখ্যে যে,শিক্ষানুষ্ঠানত চলি আছে নামভৰ্তি প্ৰক্ৰিয়াও ৷ শিক্ষানুষ্ঠানখনতে কৰা হৈছে ৰেপিড এন্টিজেন টেষ্টৰ ব্যৱস্থাও ৷ ৰেপিড এণ্টিজেন টেষ্টত বৰ্তমানলৈ শিক্ষানুষ্ঠান খনত ৯ গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি ৷ ইয়াৰে 3 গৰাকী শিক্ষাৰ্থীৰ দেহত দেওবাৰেই ধৰা পৰে মহামাৰী বিধৰ অৱস্থিতি ৷

নগাঁৱৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ 9 গৰাকী শিক্ষাৰ্থীৰ দেহত COVID-19

লগতে পঢ়ক: COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.