- নগাঁৱৰ ম’হখুলিৰ মাতৃ আৰু শিশু চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি(Tense situation at Mohkhuli Maternity and Children Hospital)
- নৱজাতকৰ সালসলনিক লৈ উত্তপ্ত পৰিস্থিতি
- জীৱিত নৱজাতকৰ সলনি মৃত নৱজাতক গতাই দিছিল পৰিয়ালক (Newborn switching in hospital)
- পিছত চিকিৎসকে নিজৰ ভুল স্বীকাৰ কৰি জীৱিত নৱজাতকক চমজাই দিলে পৰিয়ালক
- ইয়াৰ পিছতে চিকিৎসালয়খনত অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়