নগাওঁ, 29 আগষ্ট : এটা গাড়ী চোৰৰ সম্ভেদ বিচাৰি পুৰস্কাৰ ঘোষণা কৰিলে নগাওঁ আৰক্ষীয়ে । কিছুদিন পূৰ্বে নগাওঁ চহৰৰ হয়বৰগাঁৱৰ পৰা চুৰি হৈছিল এখন স্কৰপিও গাড়ী। গাড়ীখনৰ ভিতৰত আছিল এটি এম কে ধৰি বহু গুৰুত্বপূৰ্ণ নথি, সামগ্ৰী। হয়বৰগাওঁ আৰক্ষী চকীৰ সমীপৰ পৰাই গাড়ী চুৰি চক্ৰ এটাই AS 02 T 8098 নম্বৰৰ বগা ৰঙৰ স্কৰপিঅ গাড়ীখন লৈ উধাও হৈছিল । শেহতীয়াকৈ গাড়ীখনত থকা এটি এমেৰে গোলাঘাটৰ চেণ্ট্ৰেল বেংকৰ এ টি এমৰ পৰা ধন উলিয়াবলৈ চেষ্টা কৰাৰ মেছেজ লাভ এ টি এম গ্ৰাহকৰ মোবাইলত । মোবাইল মেছেজৰ তথ্যৰ ভিত্তিত নগাওঁ আৰক্ষীয়ে চি চি টি ভি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰি অব্যাহত ৰাখিছে তদন্ত । নগাওঁ আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত তদন্ত চলি আছে তদন্ত ৷ গুৰুত্বপূৰ্ণ যে বৃহস্পতিবাৰে আৰক্ষী বিষয়াগৰাকীয়ে গাড়ী চোৰৰ ফটো ৰাজহুৱা কৰাৰ লগতে চোৰটোৰ সম্ভেদ দিয়াজনক পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰে আৰক্ষীয়ে ৷
গাড়ী চোৰৰ সম্ভেদ বিচাৰি আৰক্ষীৰ পুৰস্কাৰ ঘোষণা - স্কৰপিও গাড়ী চুৰক ধৰিবলৈ পুৰস্কাৰ ঘোষনা আৰক্ষীৰ
নগাওঁ চহৰৰ হয়বৰগাঁৱৰ এখন স্কৰপিও গাড়ী চুৰক ধৰিবলৈ পুৰস্কাৰ ঘোষণা আৰক্ষীৰ
নগাওঁ, 29 আগষ্ট : এটা গাড়ী চোৰৰ সম্ভেদ বিচাৰি পুৰস্কাৰ ঘোষণা কৰিলে নগাওঁ আৰক্ষীয়ে । কিছুদিন পূৰ্বে নগাওঁ চহৰৰ হয়বৰগাঁৱৰ পৰা চুৰি হৈছিল এখন স্কৰপিও গাড়ী। গাড়ীখনৰ ভিতৰত আছিল এটি এম কে ধৰি বহু গুৰুত্বপূৰ্ণ নথি, সামগ্ৰী। হয়বৰগাওঁ আৰক্ষী চকীৰ সমীপৰ পৰাই গাড়ী চুৰি চক্ৰ এটাই AS 02 T 8098 নম্বৰৰ বগা ৰঙৰ স্কৰপিঅ গাড়ীখন লৈ উধাও হৈছিল । শেহতীয়াকৈ গাড়ীখনত থকা এটি এমেৰে গোলাঘাটৰ চেণ্ট্ৰেল বেংকৰ এ টি এমৰ পৰা ধন উলিয়াবলৈ চেষ্টা কৰাৰ মেছেজ লাভ এ টি এম গ্ৰাহকৰ মোবাইলত । মোবাইল মেছেজৰ তথ্যৰ ভিত্তিত নগাওঁ আৰক্ষীয়ে চি চি টি ভি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰি অব্যাহত ৰাখিছে তদন্ত । নগাওঁ আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত তদন্ত চলি আছে তদন্ত ৷ গুৰুত্বপূৰ্ণ যে বৃহস্পতিবাৰে আৰক্ষী বিষয়াগৰাকীয়ে গাড়ী চোৰৰ ফটো ৰাজহুৱা কৰাৰ লগতে চোৰটোৰ সম্ভেদ দিয়াজনক পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰে আৰক্ষীয়ে ৷
Body:এটা গাড়ী চোৰৰ সম্ভেদ বিচাৰি পুৰস্কাৰ ঘোষণা কৰিলে নগাওঁ আৰক্ষীয়ে । কিছুদিন পূৰ্বে নগাওঁ চহৰৰ হয়বৰগাঁৱৰ পৰা চুৰি হৈছিল এখন স্কৰপিও গাড়ী। গাড়ীখনৰ ভিতৰত আছিল এটি এম কে ধৰি বহু গুৰুত্বপূৰ্ণ নথি, সামগ্ৰী। হয়বৰগাওঁ আৰক্ষী চকীৰ সমীপৰ পৰাই গাড়ী চুৰি চক্ৰ এটাই AS 02 T 8098 নম্বৰৰ বগা ৰঙৰ স্কৰপিঅ গাড়ীখন লৈ উধাও হৈছিল। শেহতীয়াকৈ গাড়ীখনত থকা এটি এমেৰে গোলাঘাটৰ চেণ্ট্ৰেল বেংকৰ এ টি এমৰ পৰা ধন উলিয়াবলৈ চেষ্টা কৰাৰ মেছেজ লাভ এ টি এম গ্ৰাহকৰ মোবাইলত। মোবাইল মেছেজৰ তথ্যৰ ভিত্তিত নগাওঁ আৰক্ষীয়ে চি চি টি ভি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰি অব্যাহত ৰাখিছে তদন্ত। নগাওঁ আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত তদন্ত চলি থকাৰ সময়তে বৃহস্পতিবাৰে আৰক্ষী বিষয়াগৰাকীয়ে গাড়ী চোৰৰ ফটো ৰাজহুৱা কৰাৰ লগতে চোৰটোৰ সম্ভেদ দিয়াজনক পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰে আৰক্ষীয়ে।
bite, dsp, মালিক।
------------------------------------------------------;;-----------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৯-৮-১৯
Conclusion: