ETV Bharat / state

নগাঁৱত মাধ্যম আন্দোলনৰ জাতীয় শ্বহীদ অনিল বৰাক স্মৰণ

নগাঁৱত ছাত্ৰ সন্থাৰ স্মৰণ সভাৰ আয়োজন ৷ মাধ্যম আন্দোলনৰ শ্বহীদ গৰাকীক স্মৰণ কৰি এই সভাৰ আয়োজন ৷

National Martyr of Media Movement Anil Bora Remembering In Nagaon AASU
নগাঁৱত মাধ্যম আন্দোলনৰ জাতীয় শ্বহীদ অনিল বৰাক স্মৰণ
author img

By

Published : Oct 7, 2020, 5:00 PM IST

নগাঁও, 7 অক্টোবৰ : মাধ্যম আন্দোলনৰ অন্যতম শ্বহীদ নগাঁৱৰ অনিল বৰাক স্মৰণ নগাঁও জিলা ছাত্ৰ সন্থাৰ । বুধবাৰে শ্বহীদ গৰাকীৰ 48 তম মৃত্যুবাৰ্ষিকীৰ দিনটোত নগাঁও জিলা ছাত্ৰ সন্থাই শ্বহীদ গৰাকীৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰে ৷

National Martyr of Media Movement Anil Bora Remembering In Nagaon AASU
নগাঁৱত মাধ্যম আন্দোলনৰ জাতীয় শ্বহীদ অনিল বৰাক স্মৰণ

নগাঁও জিলা ছাত্ৰ সন্থাৰ বিষয়-ববীয়াসকলৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ অংশ হিচাপে বন্তি প্ৰজ্বলন,প্ৰাৰ্থনা, বক্তৃতা অনুষ্ঠান আদি অনুষ্ঠিত কৰা হয় ।

উল্লেখ্য যে,শ্বহীদ গৰাকীৰ স্মৃতিত নগাঁও চহৰত নিৰ্মাণ কৰি থকা আৱক্ষ মূৰ্ত্তিটো আগন্তুক 20 অক্টোবৰত উন্মোচন কৰা হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ দ্বাৰা তিনিখনকৈ খেলপথাৰৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.