ETV Bharat / state

নগাঁৱৰ ছয় গৰাকীকৈ বিশিষ্ট ব্যক্তিলৈ প্ৰদান 2019 বৰ্ষৰ 'ৰূপান্তৰ বঁটা' - গৌৰৱ কুমাৰ হাজৰিকা

নগাঁৱৰ ছয় গৰাকীকৈ বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় 2019 বৰ্ষৰ ৰূপান্তৰ বঁটা ৷ ৰূপান্তৰ নামৰ অনুষ্ঠানটোৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত এক অনুষ্ঠানত, সমাজ, সাহিত্য, সংগীত আদি বিভিন্ন ক্ষেত্ৰত এই বঁটাসমূহ প্ৰদান কৰা হয় ৷

2019 বৰ্ষৰ 'ৰূপান্তৰ বঁটা'
2019 বৰ্ষৰ 'ৰূপান্তৰ বঁটা'
author img

By

Published : Jan 18, 2020, 3:24 PM IST

নগাঁও, 18 জানুৱাৰীঃ সমাজ, সাহিত্য, সংগীত আদি বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই অহা নগাঁৱৰ ছয় গৰাকীকৈ বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় 2019 বৰ্ষৰ ৰূপান্তৰ বঁটা ৷ অনুষ্ঠানটোৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নগাঁও প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা ৷ ষাঠিৰ দশকৰ পৰা নাট্য জগতলৈ বিশেষ বৰঙণি আগবঢ়াই অহা নগাঁৱৰ চকলাঘাটৰ নেত্ৰ কমল বৰঠাকুৰলৈ ৰূপান্তৰ শিল্পী সন্মান ২০১৯ প্ৰদান কৰা হয় ৷ একেদৰে নিৰলসভাৱে শাস্ত্ৰীয় সংগীত চৰ্চা কৰি অহা সাংস্কৃতিক সঞ্চালকালয়ৰ নগাঁও জিলা উন্নয়ন বিষয়া, মুনীন গোস্বামীক ৰূপান্তৰ সংগীত সন্মান ২০১৯ প্ৰদান কৰা হয় ৷

2019 বৰ্ষৰ 'ৰূপান্তৰ বঁটা' প্ৰদান নগাঁৱৰ ছয় গৰাকীকৈ বিশিষ্ট ব্যক্তিলৈ

ইয়াৰোপৰি ৰূপান্তৰ সাহিত্য সন্মান বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক পূৰবী চক্ৰৱৰ্তী সূতলৈ, বিশিষ্ট কবি নিৰলা শইকীয়ালৈ কাব্যৰত্ন সন্মান, সমাজ হিতৈষী সন্মান ধ্ৰুৱজ্যোতি বৰুৱা আৰু স্বৰ্গীয় কুকিল চক্ৰৱৰ্তী সোঁৱৰণী বঁটা গৌৰৱ কুমাৰ হাজৰিকালৈ ৷ শনিবাৰে নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিনত এই বঁটা প্ৰদান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি, বঁটা প্ৰদান কৰে শংকৰী সাহিত্যৰ গৱেষক বিশিষ্ট সাহিত্যিক তিলকচন্দ্ৰ মজুমদাৰে

লগতে পঢ়কঃ দিল্লীৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশ ল'বলৈ সাজু 636 গৰাকী শিক্ষাৰ্থী

Intro:সমাজ ,সাহিত্য, সাংস্কৃতিক মঞ্চ ৰূপান্তৰ বঁটা ২০১৯ প্ৰদান।

Body:সমাজ, সাহিত্য, সংগীত, আদি বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই অহা নগাঁৱৰ ছয় গৰাকীকৈ বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় ৰূপান্তৰ বঁটা ২০১৯। কেবাটাও ক্ষেত্ৰত এই বঁটা প্ৰদান কৰে সমাজ , সাহিত্য, সাংস্কৃতিক মঞ্চ ৰূপান্তৰে। অনুষ্ঠানতটোৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নগাওঁ প্ৰেছ ক্লাৱত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। ষাঠিৰ দশকৰ পৰা নাট্য জগতলৈ বিশেষ বৰঙণি আগবঢ়াই অহা নগাঁৱৰ চকলাঘাটৰ নেত্ৰকমল বৰঠাকুৰলৈ ৰূপান্তৰ শিল্পী সন্মান ২০১৯ প্ৰদান কৰা হয়। নেত্ৰকমল বৰঠাকুৰে বহুকেইখন ভ্ৰাম্যমানত অভিনয় কৰাৰ লগতে ৪১ খন পূৰ্ণাংগ নাট, ১৭ খন একাংক নাট ৰচনা কৰে। একেদৰে নিৰলসভাৱে শাস্ত্ৰীয় সংগীত চৰ্চা কৰি অহা সাংস্কৃতিক সঞ্চালকালয়ৰ নগাওঁ জিলা উন্নয়ন বিষয়া মুনীন গোস্বামীক ৰূপান্তৰ সংগীত সন্মান ২০১৯ প্ৰদান কৰা হয়। ৰূপান্তৰ সাহিত্য সন্মান বিশিষ্ট সাহিত্যিক পূৰবী চক্ৰৱৰ্তী সূতলৈ, কাব্যৰত্ন সন্মান বিশিষ্ট কবি নিৰলা শইকীয়ালৈ, সমাজ হিতৈষী সন্মান ধ্ৰুৱজ্যোতি বৰুৱা আৰু স্বৰ্গীয় কুকিল চক্ৰৱৰ্তী সোঁৱৰণী বঁটা প্ৰদান কৰা হয় গৌৰৱ কুমাৰ হাজৰিকালৈ। শনিবাৰে নগাওঁ প্ৰেছ ক্লাৱত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই বঁটা প্ৰদান কৰে শংকৰী সাহিত্যৰ গৱেষক বিশিষ্ট সাহিত্যিক তিলকচন্দ্ৰ মজুমদাৰে।
bite- গৌৰাংগ বৰা, সম্পাদক ৰূপান্তৰ
-----------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৮-১-২০

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.