নগাঁও, 21 নৱেম্বৰঃ বৃহস্পতিবাৰে নগাঁৱৰ কলিয়াবৰত সংঘটিত হয় এক অঘটন ৷ কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত বনৰীয়া ম'হৰ আক্ৰমণত নিহত হয় এগৰাকী মহিলা ৷ ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰা খৰি আনিবলৈ যোৱা মহিলাগৰাকীক চাপৰিত থকা বনৰীয়া ম'হে আক্ৰমণ কৰাত থিতাতে নিহত হয় মহিলাগৰাকী ৷ মৃত মহিলা গৰাকীৰ নাম মুন্নী চাহানী বুলি জানিব পৰা গৈছে ৷ হাতীমূৰাৰ ৰাধেশ্যাম টাপুত সংঘটিত হয় এই ঘটনা৷ নিহত মহিলাগৰাকীৰ ঘৰ জখলাবন্ধা ৰেলগেটত৷ এই ঘটনাৰ পিচতে শোকাকুল পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত ৷
নগাঁৱত বনৰীয়া ম'হৰ আক্ৰমণত নিহত এগৰাকী মহিলা - হ্মপুত্ৰৰ চাপৰি
নগাঁৱৰ কলিয়াবৰত বনৰীয়া ম'হৰ আতংক ৷ খৰি কাটিবলৈ যোৱা মহিলাক আক্ৰমণ কৰিলে বনৰীয়া ম'হে ৷ নিহত মহিলাগৰাকীৰ ঘৰ জখলাবন্ধা ৰেলগেটত ৷
নগাঁৱত বনৰীয়া ম'হৰ আক্ৰমণত নিহত এগৰাকী মহিলা
নগাঁও, 21 নৱেম্বৰঃ বৃহস্পতিবাৰে নগাঁৱৰ কলিয়াবৰত সংঘটিত হয় এক অঘটন ৷ কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত বনৰীয়া ম'হৰ আক্ৰমণত নিহত হয় এগৰাকী মহিলা ৷ ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰা খৰি আনিবলৈ যোৱা মহিলাগৰাকীক চাপৰিত থকা বনৰীয়া ম'হে আক্ৰমণ কৰাত থিতাতে নিহত হয় মহিলাগৰাকী ৷ মৃত মহিলা গৰাকীৰ নাম মুন্নী চাহানী বুলি জানিব পৰা গৈছে ৷ হাতীমূৰাৰ ৰাধেশ্যাম টাপুত সংঘটিত হয় এই ঘটনা৷ নিহত মহিলাগৰাকীৰ ঘৰ জখলাবন্ধা ৰেলগেটত৷ এই ঘটনাৰ পিচতে শোকাকুল পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত ৷
Intro:কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত বনৰীয়া ম'হৰ আক্ৰমণত মহিলা নিহত
Body:কলিয়াবৰত বনৰীয়া মহৰ আক্ৰমণত মহিলাৰ মৃত্যু। ব্ৰহ্মপুত্ৰৰ চাপৰিত খৰি লুৰি থাকোতে সংঘটিত হয় ঘটনাটো। মৃত মহিলা গৰাকীৰ নাম মুন্নী চাহানী।
হাতীমূৰাৰ ৰাধেশ্যাম টাপুত সংঘটিত হৈছে এই অঘটন।ব্ৰহ্মপুত্ৰৰ পাৰৰ টাপুত খৰি বিচাৰি থকাৰ আৱস্থাত বনৰীয়া ম'হটোৱে আক্ৰমণ কৰে মহিলাগৰাকীক। নিহত মহিলাগৰাকী জখলাবন্ধা ৰেলগেটৰ মুন্নী চাহানী।Conclusion:visuals
bite