ETV Bharat / state

নগাঁৱত মহিলাৰ প্ৰচেষ্টাত আটকধুনীয়া পূজা মণ্ডপ

মহিলাৰ প্ৰচেষ্টাত নিৰ্মিত নগাঁৱৰ এখন আটকধুনীয়া পূজা মণ্ডপত ভিৰ অগণন ভক্তৰ । মাৰ আৰ্শীবাদ বিচাৰি মহা নৱমীৰ সন্ধ্য জনস্ৰোত পূজা মণ্ডপটোত ৷

author img

By

Published : Oct 7, 2019, 11:33 PM IST

নগাঁৱত মহিলাৰ প্ৰচেষ্টাত আটকধুনীয়া পূজা মণ্ডপ

নগাঁও, 7 অক্টোবৰঃ নগাঁৱত এখন ব্যতিক্ৰমী পূজা মণ্ডপ ৷ মহিলাৰ প্ৰচেষ্টাত নিৰ্মিত নগাঁৱৰ এখন আটকধুনীয়া পূজা মণ্ডপত ভিৰ অগণন ভক্তৰ । মাৰ আৰ্শীবাদ বিচাৰি মহা নৱমীত জনস্ৰোত পূজা মণ্ডপটোত । নিয়োগ কৰা হৈছে বহুকেগৰাকী স্বেচ্ছাসেৱীকা । আনহাতে পূজা মণ্ডপত নিৰ্মাণ কৰা হৈছে সুধাকণ্ঠ ড0 ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি । তাৰোপৰি পূজা মণ্ডপত অবিৰতভাৱে চলি আছে সুধাকণ্ঠৰ কালজয়ী গীত ।

Intro:মহিলাৰ প্ৰচেষ্টাত নিৰ্মিত নগাঁৱৰ এখন আটকধুনীয়া পূজা মণ্ডপত ভিৰ অগণন ভক্তৰ। মা ৰ আৰ্শীবাদ বিচাৰি মহানৱমীত জনস্ৰোত পূজা মণ্ডপখনত। নিয়োগ কৰা হৈছে বহুকেগৰাকী স্বেচ্ছাসেৱীকা। পূজা মণ্ডপত নিৰ্মাণ কৰা হৈছে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। অবিৰতভাৱে চলি আছে সুধাকণ্ঠৰ কালজয়ী গীত।
dl

Body:DL

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.