ETV Bharat / state

বন্যাৰ্তৰ ৰোষত বিধায়ক ডিম্বেশ্বৰ দাস

author img

By

Published : Jul 14, 2019, 4:58 PM IST

ৰহা সমষ্টি বিধায়ক ডিম্বেশ্বৰ দাসে মথাউৰিৰ অৱস্থাৰ পৰিদৰ্শন কৰিবলৈ আহোতে ৰাইজৰ ৰোষত পৰে | প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় বিধায়কগৰাকী ৷ ৰাইজে হাতত দা লৈ বাক-যুদ্ধত লিপ্ত হয় বিধায়কৰ লগত ৷

বন্যাৰ্তৰ ৰোষত বিধায়ক ডিম্বেশ্বৰ দাস

নগাঁও, 14 জুলাইঃ নগাঁৱৰ কামপুৰ বাৰেগোগাত ৰাইজৰ ৰোষত ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস ৷ মথাউৰি পৰিদৰ্শন কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল বিধায়কগৰাকী ৷ উল্লেখ্য যে বিগত কিছু দিন ধৰি অব্যাহত আছে কামপুৰত কপিলী নৈৰ তাণ্ডৱ ৷ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৫০ খন গাঁও প্লাবিত হৈছে কপিলী আৰু বৰপানী নৈৰ বানত ৷ বানাকান্তসকলে আশ্ৰয় ল'ব লগা হৈছে ওখ ঠাইত ৷ বিপজ্জনক অৱস্থাত আছে কামপুৰ বাৰেগোগাস্থিত কপিলীৰ মথাউৰি ৷ দীৰ্ঘদিন ধৰি কামপুৰবাসীয়ে কামপুৰ বাৰেগোগা মথাউৰি নিৰ্মাণৰ বাবে দাবী জনাই আহিছিল যদিও মথাউৰি নিৰ্মাণ নকৰিলে জল সম্পদ বিভাগে ৷

বন্যাৰ্তৰ ৰোষত বিধায়ক ডিম্বেশ্বৰ দাস

যাৰবাৰে দেওবাৰে কামপুৰ বাৰেগোগা ৰাইজে নিজে মথাউৰি প্ৰতিৰোধ কৰবলৈ ওলাই আহিল ৷ ইফালে ৰহা সমষ্টি বিধায়ক ডিম্বেশ্বৰ দাসে মথাউৰিৰ অৱস্থাৰ পৰিদৰ্শন কৰিবলৈ আহোতে ৰাইজৰ ৰোষত পৰে | প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় বিধায়কগৰাকী ৷ ৰাইজে হাতত দা লৈ বাক-যুদ্ধত লিপ্ত হয় বিধায়কৰ লগত ৷ আনহাতে, মথাউৰি ভাঙিলে কামপুৰৰ প্ৰায় ২০ খনৰো অধিক গাঁও জলমগ্ন হৈ পৰিব ৷ যাৰ বাবে শংকাত দিন অতিবাহিত কৰিছে কামপুৰৰ ৰাইজে ৷

Intro:কামপুৰ বাৰেগোগাত ৰাইজৰ ৰোষত ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস ৷

Anchor = কামপুৰ কপিলী নৈৰ তাণ্ডৱ অব্যাহত আছে |কামপুৰ ৰাজহ চক্ৰ অন্তৰ্গত প্ৰায় ৫০ খন গাঁও প্লাবিত হৈছে কপিলী আৰু বৰপানী নৈৰ বানত | বানাকান্ত সকলে আশ্ৰয় লব লগা হৈছে ওখ ঠাইত | বিপদজনক অৱস্থাত আছে কামপুৰ বাৰেগোগা কপিলী নদীৰ মাথাউৰি | দীৰ্ঘদিন ধৰি কামপুৰ বাসীয়ে কামপুৰ বাৰেগোগা মাথাউৰি নিৰ্মানৰ বাবে দাবী জনাই আহিছিল যদিও মাথাউৰি নিৰ্মান নকৰিলে জল সম্পদ বিভাগে | চিঙো চিঙো হৈ আছে কপিলীৰ বাৰগোগা মাথাউৰিটো ৷সেয়ে দেওবাৰে কামপুৰ বাৰেগোগা ৰাইজে নিজে মাথাউৰি প্ৰতিৰোধ কৰবলৈ ওলাই আহিল | ইফালে ৰহা সমষ্টি বিধায়ক ডীম্বেশ্বৰ দাসে মাথাউৰীটো অৱস্থাৰ পৰিদৰ্শন কৰিবলৈ আহোতে ৰাইজৰ ৰোষত পৰিল বিধায়ক | প্ৰশ্নৰ সন্মুখীন হবলগীয়া হয় বিধায়ক গৰাকী ৷ ৰাইজে হাতত দা লৈ বাক-যুদ্ধ বিধায়কৰ লগত | উত্তেজিত ৰাইজৰ পৰা হাত সাৰিবলৈ ৰোষত পৰা বিধায়কে সাংবাদিকৰ আশ্ৰয় লয় | মাথাউৰীতো ভাঙিগলে কামপুৰৰ প্ৰায় ২০ খনৰো অধিক গাঁও জলমগ্ন হৈ পৰিব | এতিয়া শংকিত কামপুৰৰ অঞ্চলবাসী ৷
যাৰ বাবে এই ৰূপ ধাৰন কৰে ৰাইজে ৷

Body:Byte = ডীম্বেশ্বৰ দাস

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.