ETV Bharat / state

কোৱাৰেণ্টাইন কৰা হ'ল কৰ'ণা ৰোগীৰ সংস্পৰ্শলৈ অহা প্ৰতিভা দেৱীক - কোৱাৰেণ্টাইন কৰা হ'ল কৰ'ণা ৰোগীৰ সংস্পৰ্শলৈ অহা প্ৰতিভা দেৱীক

উল্লেখ্য যে গুৱাহাটীৰ চানমাৰি অমিয় নগৰৰ বাসিন্দা কৰ'ণা ৰোগী বৰোদা দাসৰ সংস্পৰ্শলৈ আহিছিল অমিয় নগৰৰ বাসিন্দা প্ৰতিভা দেৱী ৷ পৰৱৰ্তী সময়ত, ৬ মে'ত ৰহাৰ বামুণীজান খলিহামাৰীৰ জোঁৱায়েকৰ ঘৰলৈ গৈছিল প্ৰতিভা দেৱী ।

Nagaon health department quarantined Pratibha devi for connected with corona patient
কোৱাৰেণ্টাইন কৰা হ'ল কৰ'ণা ৰোগীৰ সংস্পৰ্শলৈ অহা প্ৰতিভা দেৱীক
author img

By

Published : May 9, 2020, 7:20 PM IST

ৰহা, 9 মে': শনিবাৰে নগাওঁ জিলা স্বাস্থ্য বিভাগে কোৱাৰান্টাইন কেম্পলৈ প্ৰেৰণ কৰে COVID 19 ত আক্ৰান্ত বৰোদা দাসৰ সংস্পৰ্শলৈ অহা গুৱাহাটী অমিয় নগৰৰ প্ৰতিভা দেৱীক ৷ নগাঁও চিকিৎসালয়ত নমুনা সংগ্ৰহ কৰি বৰ্তমান বিভাগীয় কোৱাৰেণ্টাইন কেম্পত ৰখা হৈছে মহিলাগৰাকীক । উল্লেখ্য যে, গুৱাহাটীৰ চানমাৰি অমিয় নগৰৰ বাসিন্দা কৰ'ণা ৰোগী বৰোদা দাসৰ সংস্পৰ্শলৈ আহিছিল অমিয় নগৰৰ বাসিন্দা প্ৰতিভা দেৱী ৷ পৰৱৰ্তী সময়ত, ৬ মে'ত ৰহাৰ বামুণীজান খলিহামাৰীৰ জোঁৱায়েকৰ ঘৰলৈ গৈছিল প্ৰতিভা দেৱী ।

কোৱাৰেণ্টাইন কৰা হ'ল কৰ'ণা ৰোগীৰ সংস্পৰ্শলৈ অহা প্ৰতিভা দেৱীক

বৰোদা দাসৰ সংস্পৰ্শলৈ অহা বুলি প্ৰচাৰ হোৱাৰ পাছতে শনিবাৰে প্ৰশাসন তথা নগাওঁ জিলা স্বাস্থ্য বিভাগে তেওঁৰ নমুনা সংগ্ৰহ কৰি ইতিমধ্যে কোৱাৰান্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰিছে প্ৰতিভা দেৱীক ৷ উল্লেখ্য যে, প্ৰতিভা দেৱীৰ জোঁৱায়েকৰ পৰিয়ালটোকো হোম কোৱাৰেণ্টাইন থকাৰ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.