ETV Bharat / state

নগাঁৱত স্থাপন হ'ল প্ৰথমখন ফুটবল স্কুল - ফুটবল স্কুল

শনিবাৰে শুভাৰম্ভণি কৰা হ'ল নগাঁও থলুৱা ফুটবল স্কুলৰ প্ৰশিক্ষণৰ কাৰ্যসূচী ৷ আনুষ্ঠানিকভাৱে শুবাৰম্ভণি কৰে জ্যেষ্ঠ চিকিৎসক ডাঃ মুকুট গোস্বামী আৰু ডাঃ জয়ন্ত বৰুৱাই।

nagaon football school opening
নগাঁৱত স্থাপন হ'ল প্ৰথমখন ফুটবল স্কুলৰ
author img

By

Published : Jan 30, 2021, 9:58 PM IST

নগাঁও, 30 জানুৱাৰী : নগাঁৱত শনিবাৰৰ পৰা আৰম্ভ হ'ল বেবী ফুটবল ফাউণ্ডেচনৰ উদ্যোগত প্ৰথমখন থলুৱা ফুটবল স্কুল ৷ সদৌ অসম বেবী ফুটবল ফাউণ্ডেচন আৰু টিউলিপ স্পৰ্টছ একেডেমিৰ যুটীয়া উদ্যোগত অসমৰ প্ৰথমখন ফুটবল স্কুল নগাঁৱত স্থাপন কৰা হৈছে ।

নগাঁৱত স্থাপন হ'ল প্ৰথমখন ফুটবল স্কুলৰ

এই উপলক্ষে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত নগাঁও ক্ৰীড়া সন্থাৰ সহযোগত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানতে নগাঁও ফুটবল স্কুলখন শুভাৰম্ভ কৰে জ্যেষ্ঠ চিকিৎসক ডাঃ মুকুট গোস্বামী আৰু ডাঃ জয়ন্ত বৰুৱাই।

ইফালে, থলুৱা ফুটবল স্কুলৰ শুভাৰম্ভণি দিনাই দুখনকৈ প্ৰদৰ্শনীমূলক ফুটবল খেলৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, স্থানীয় বিধায়ক ৰূপক শৰ্মাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক: গুৱাহাটীৰ গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনে আকৰ্ষণ কৰিছে বিশ্বৰ ক্ৰীড়া সমাজক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.