ETV Bharat / state

Nagaon fake encounter case: কীৰ্তিকমল বৰাই লাভ কৰিলে জামিন - Nagaon fake encounter case

কীৰ্তিকমল বৰাই লাভ কৰিলে অন্তৰ্ৱতীকালীন জামিন ৷ অহা ১৯ ফেব্ৰুৱাৰীলৈকে ম্যাদ থাকিব এই জামিনৰ ।

Nagaon Encounter
কীৰ্তিকমল বৰাই লাভ কৰিলে জামিন
author img

By

Published : Feb 9, 2022, 5:25 PM IST

নগাঁও, 9 ফেব্ৰুৱাৰী: নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ(Nagaon Encounter)ত আহত কীৰ্তিকমল বৰাই লাভ কৰিলে অন্তৰ্ৱতীকালীন জামিন ৷ SI প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত 130/22 নম্বৰত নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ । নগাঁও জিলা বিশেষ ন্যয়াধীশৰ আদালতে গ্ৰাহ্য কৰিলে কীৰ্তিকমল বৰা অন্তৰ্ৱতীকালীন জামিন ।

অহা ১৯ ফেব্ৰুৱাৰীলৈকে ম্যাদ থাকিব এই জামিনৰ । ১৯ ফেব্ৰুৱাৰীৰ ভিতৰত গোচৰৰ কেচ ডায়েৰী দাখিলৰ নিৰ্দেশ দিয়া হৈছে আৰক্ষীক ৷

লগতে পঢ়ক: Nagaon encounter case: অসম চৰকাৰৰ হাতত কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.