ETV Bharat / state

নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ সন্ত্ৰাস

author img

By

Published : Jan 14, 2021, 3:33 PM IST

ভোগালীৰ উৰুকাৰ আনন্দ উল্লাসৰ মাজতে নিশা নগাঁও জিলাৰ চামগুৰিত বন্যহস্তীয়ে চলায় উপদ্ৰৱ ৷ বন্যহস্তীৰ জাকে চলোৱা আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ ৷

nagaon-elephants-terror
নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ ত্ৰাস

চামগুৰি,14 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ উৰুকাৰ নিশা নগাঁও জিলাৰ চামগুৰিত বন্যহস্তীয়ে চলায় উপদ্ৰৱ ৷ চামগুৰিৰ ভৰাগুৰিত ভোগালীৰ উৰুকাৰ আনন্দ উল্লাসৰ মাজতে বন্যহস্তীয়ে চলোৱা আক্ৰমণত প্ৰাণ গ‘ল এটি ভেড়া ছাগলীৰ ৷ আনহাতে বন্যহস্তীৰ জাকটোৱে লণ্ডভণ্ড কৰিলে চাৰিটাকৈ বাসগৃহ ৷ ইফালে বন্যহস্তীৰ জাকে চলোৱা আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ ৷

nagaon-elephants-terror
চামগুৰিৰ ভৰাগুৰিত বন্যহস্তীৰ ত্ৰাস

আনহাতে, ঘটনাৰ খবৰ ল‘বলৈ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাকলৈ স্থানীয় ৰাইজৰ মাজত ক্ষোভ দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক : বিশ্বনাথত বন বিভাগৰ কাৰ্যালয়ত অগ্নিসংযোগ স্থানীয় ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.