ETV Bharat / state

প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত খচৰা - আৰক্ষী অধীক্ষক

এন আৰ চিৰ পৰিস্থিৰ বুজ ল'বলৈ নগাঁৱৰ এন আৰ চি সেৱা কেন্দ্ৰত উপস্থিত হয় জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ৷

প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত খচৰা
author img

By

Published : Aug 31, 2019, 11:38 AM IST

নগাঁও, 31 আগষ্টঃ অসমবাসীৰ দীৰ্ঘদিনীয়া দাবী আৰু বহু উৎকণ্ঠাৰ পাচত আজি 10 বজাত প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সংযোজনী তালিকা ৷ তেনে সময়তে আজি এন আৰ চিৰ পৰিস্থিতিৰ বুজ ল'বলৈ নগাঁৱৰ এন আৰ চি সেৱা কেন্দ্ৰত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত হয় ৷ এই মুহূৰ্তলৈকে শান্তিপূৰ্ণ নগাঁৱৰ পৰিৱেশ।

Intro:এন আৰ চি সেৱা কেন্দ্ৰত উপস্থিত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক। এই মুহূৰ্তলৈকে শান্তিপূৰ্ণ নগাঁৱৰ পৰিবেশ।

Body:dl

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.