নগাঁও, 11 এপ্ৰিল : মহাৰাষ্ট্ৰত আত্মহত্যা কৰা নগাঁৱৰ জাহিৰুল ইছলামৰ দেহত COVID ১৯ ৰ উপস্থিতি পোৱা বুলি নিশ্চিত কৰে জিলা উপায়ুক্ত যাদৱ শইকীয়াই । ১০ মাৰ্চতে শৰীৰত COVID-19 ৰ বীজাণু থকাটো নিশ্চিত হৈছিল যুৱকজনৰ । ইয়াৰোপৰি যুৱকজনে দিল্লীৰ নিজামুদ্দিনত দীৰ্ঘ সময় অতিবাহিত কৰা বুলিও জানিবলৈ দিয়ে যাদৱ শইকীয়াই । মহাৰাষ্ট্ৰৰ আকোলা জিলা প্ৰশাসনৰ সৈতে বৰ্তমানেও যোগাযোগ অব্যাহত ৰাখিছে নগাওঁ জিলা প্ৰশাসনে । COVID ১৯ ত আক্ৰান্ত হোৱাৰ বাবে মহাৰাষ্ট্ৰতে যুৱকজনৰ মৃতদেহ ধৰ্মীয় ৰীতি নীতিৰে সৎকাৰ কৰা হব বুলি জনাই জিলা উপায়ুক্ত যাদৱ শইকীয়াই ।
মহাৰাষ্ট্ৰত আত্মহত্যা কৰা জাহিৰুল COVID 19 আক্ৰান্তঃ জিলা উপায়ুক্ত - Nagaon Coron positive boy suicide in Maharashtra etv bharat
দিল্লীৰ নিজামুদ্দিনত দীৰ্ঘ সময় অতিবাহিত কৰিছিল মৃত জাহিৰুল ইছলামে ৷
নগাঁও, 11 এপ্ৰিল : মহাৰাষ্ট্ৰত আত্মহত্যা কৰা নগাঁৱৰ জাহিৰুল ইছলামৰ দেহত COVID ১৯ ৰ উপস্থিতি পোৱা বুলি নিশ্চিত কৰে জিলা উপায়ুক্ত যাদৱ শইকীয়াই । ১০ মাৰ্চতে শৰীৰত COVID-19 ৰ বীজাণু থকাটো নিশ্চিত হৈছিল যুৱকজনৰ । ইয়াৰোপৰি যুৱকজনে দিল্লীৰ নিজামুদ্দিনত দীৰ্ঘ সময় অতিবাহিত কৰা বুলিও জানিবলৈ দিয়ে যাদৱ শইকীয়াই । মহাৰাষ্ট্ৰৰ আকোলা জিলা প্ৰশাসনৰ সৈতে বৰ্তমানেও যোগাযোগ অব্যাহত ৰাখিছে নগাওঁ জিলা প্ৰশাসনে । COVID ১৯ ত আক্ৰান্ত হোৱাৰ বাবে মহাৰাষ্ট্ৰতে যুৱকজনৰ মৃতদেহ ধৰ্মীয় ৰীতি নীতিৰে সৎকাৰ কৰা হব বুলি জনাই জিলা উপায়ুক্ত যাদৱ শইকীয়াই ।
TAGGED:
Suicide for corona update