ETV Bharat / state

নগাঁও মহাবিদ্যালয়লৈ অটোন'মাছ কলেজৰ স্বীকৃতি

author img

By

Published : Dec 23, 2020, 7:30 AM IST

বিশ্ববিদ্যালয় অনুদান আয়োগে ১০ বছৰৰ বাবে নগাঁও মহাবিদ্যালয়ক অটোন'মাছ কলেজৰ স্বীকৃতি প্ৰদান কৰিছে ৷ মঙলবাৰে সন্ধিয়া এই খবৰ লাভ কৰাৰ পাচৰে পৰা উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষকসকলে ৷

Nagaon college is Recognition of Autonomous College under GU
নগাঁও মহাবিদ্যালয়লৈ অটোন'মাছ কলেজৰ স্বীকৃতি

নগাঁও, 23 ডিচেম্বৰ: মধ্য অসমৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নগাঁও মহাবিদ্যালয়লৈ এটা সুখবৰ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত নগাঁও মহাবিদ্যালয়ক প্ৰদান কৰা হৈছে অটোন'মাছ কলেজৰ স্বীকৃতি ৷ বিশ্ববিদ্যালয় অনুদান আয়োগে ১০ বছৰৰ বাবে স্বীকৃতি প্ৰদান কৰা প্ৰথমখন অটোন'মাছ কলেজ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও মহাবিদ্যালয়ে ৷

উল্লেখ্য যে,নগাঁও মহাবিদ্যালয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথমখন অটোন'মাছ কলেজ হিচাপে স্বীকৃতি লাভ কৰাৰ পাচতে উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী,শিক্ষকসকলে ৷ মঙলবাৰে সন্ধিয়া এই খবৰ লাভ কৰাত মহাবিদ্যালয়ৰ দায়িত্ব পূৰ্বতকৈ বহুগুণে বাঢ়িছে বুলি মন্তব্য কৰি সকলোৰে সহায় সহযোগিতা কামনা কৰিছে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে ৷

লগতে পঢ়ক: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয় মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.