ETV Bharat / state

Muharram Celebration: নগাঁৱৰ নতুন বজাৰত মহৰম উৎযাপন - পৱিত্ৰ উৎসৱ মহৰম

সমগ্ৰ বিশ্ব তথা দেশৰ লগতে নগাঁৱতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে পৱিত্ৰ উৎসৱ মহৰম উৎসৱ (Muharram Celebrated across the world) । মহৰম উপলক্ষে মুছলমানসকলে মহৰমৰ দিনটোত 'য়া হাচান, য়া হুছেইন' শ্লোগান দি লাঠিৰে তাজিয়া খেলি নগাঁৱত ইছলাম ধৰ্মালম্বী লোকৰ সমদল(Muharram rally in Nagaon) ।

Muharram Celebration in Nagaon
নগাঁৱৰ নতুন বজাৰত লাঠি খেলেৰে মহৰম উৎযাপন
author img

By

Published : Aug 10, 2022, 12:45 PM IST

চামগুৰি, 10 আগষ্ট: মঙলবাৰে সমগ্ৰ বিশ্ব তথা দেশৰ লগতে নগাঁৱতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে পৱিত্ৰ উৎসৱ মহৰম উৎসৱ (Muharram Celebrated across the world) । ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই উৎসৱটিৰ বিশেষ তাৎপৰ্য আছে । উল্লেখ্য যে ইছলামিক কেলেণ্ডাৰ অনুযায়ী মহৰম মাহৰ পৰাই নতুন বছৰ আৰম্ভ হয় (Islamic calendar year begins from Muharram month) ৷

নগাঁৱৰ নতুন বজাৰত লাঠি খেলেৰে মহৰম উৎযাপন

আনহাতে, মহৰম মাহৰ ১০ তাৰিখে ইয়াক পালন কৰা হয় (Muharram celebrated 70th of Muharram month) । পয়গম্বৰ হজৰত মহম্মদৰ নাতি হুছেইনক কাৰবালাৰ ৰণত নিৰ্মমভাৱে হত্যা কৰা দিনটোতে এই উৎসৱ পালন কৰা হয় । সেয়েহে প্রতি বছৰে এই তিথি অনুসৰি মুছলমানসকলে বিশ্ব ইতিহাসৰ এই কৰুণতম মর্মস্পর্শী কাহিনীটো স্মৰণ কৰি মহৰম উৎসৱটি পালন কৰি আহিছে (Karbala war) ।

ইফালে, মঙলবাৰৰ দিনটোত নগাঁও চহৰৰ মাজমজিয়া নতুন বজাৰত ইছলাম ধৰ্মালম্বী ৰাইজে লাঠি খেলৰ জৰিয়তে পৱিত্ৰ মহমৰ উৎযাপন কৰা দেখিবলৈ পোৱা যায় । পৱিত্ৰ মহৰম উপলক্ষে নগাঁৱত এক উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা যায় ।

উল্লেখ্য যে, ধর্মপ্রাণ মুছলমানসকলে এই তিথিৰ দিনটোত ৰোজা অৰ্থাৎ ব্ৰত ৰাখে । কোৰাণ আৰু নামাজ পঢ়ি কাৰবালাৰ ছহিদসকলৰ আত্মাৰ সদ্‌গতিৰ কাৰণে আল্লাহৰ ওচৰত প্রার্থনা জনায় (Muharram celebrated in Nagaon)। মহৰমৰ আন এক বৈশিষ্ট্য হৈছে তাজিয়া । কাৰবালাৰ ৰণৰ স্মৰণত তাজিয়া শোভাযাত্ৰা উলিয়াই ধৰ্মপ্ৰাণ লোকসকলে নিজৰ শৰীৰত বেত্ৰাঘাত কৰি উক্ত কাৰবালাৰ স্মৰণ গীত গায় । ইফালে, মহৰম উপলক্ষে মুছলমানসকলে মহৰমৰ দিনটোত 'য়া হাচান, য়া হুছেইন' শ্লোগান দি লাঠিৰে তাজিয়া খেলি নগাঁৱত এক সমদল উলিযায় (Muharram rally in Nagaon)।

লগতে পঢ়ক : Muharram Celebration: ধুবুৰীত পৱিত্ৰ উৎসৱ মহৰম পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.