ETV Bharat / state

জুৰীয়াৰ নগাবন্ধাত নগদ ৭৭ হাজাৰ টকা জব্দ - ৭৭ হাজাৰ টকা জব্দ

নগাঁৱৰ ৰূপহীহাটত নিৰ্বাচনী আচৰণ বিধি উলংঘা । জুৰীয়াৰ নগাবন্ধাত ফ্লায়িং স্কোৱাডৰ তালাচীত জব্দ নগদ ৭৭ হাজাৰ টকা । আশ্ৰাফুল আলী নামৰ লোকজনৰ পৰা জব্দ কৰা হয় এই ধনৰাশি ।

জুৰীয়াৰ নগাবন্ধাত ফ্লায়িং স্কোৱাডৰ তালাচীত জব্দ নগদ ৭৭ হাজাৰ টকা

author img

By

Published : Mar 16, 2021, 2:07 PM IST

ৰূপহীহাট, ১৬ মাৰ্চ: নিৰ্বাচনী আচৰণ বিধি ৱলৱৎ হৈ থকাৰ পিছতো ৰাজ্যৰ ভিন্ন প্ৰান্তত জব্দ হৈছে লাখ লাখ নগদ ধন । ধন সৰবৰাহৰ উপযুক্ত নথি দেখুৱাব নোৱাৰাৰ বাবে ফ্লায়িং স্কোৱাড, ষ্টেটিক ছাৰ্ভিলেন্স টীমে নগদ ধন জব্দ কৰিছে । নগাঁৱৰ ৰূপহীহাটত সোমবাৰে পুনৰ জব্দ হ'ল নগদ ধন । ৰূপহীহাটৰ জুৰীয়াৰ নগাবন্ধাত ফ্লায়িং স্কোৱাডে তালাচী চলাই নগদ ৭৭ হাজাৰ টকা জব্দ কৰে ।

জুৰীয়াৰ নগাবন্ধাত ফ্লায়িং স্কোৱাডৰ তালাচীত জব্দ নগদ ৭৭ হাজাৰ টকা
জুৰীয়াৰ নগাবন্ধাত ফ্লায়িং স্কোৱাডৰ তালাচীত জব্দ নগদ ৭৭ হাজাৰ টকা

আশ্ৰাফুল আলী নামৰ এজন লোকৰ পৰা উক্ত ধনখিনি জব্দ কৰা হয় । সোমবাৰে নগাঁও চহৰৰ পৰা জুৰীয়ালৈ আহি আছিল আশ্ৰাফুল আলী । জব্দকৃত ধনখিনিৰ উপযুক্ত নথি-পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে ধনখিনি ফ্লায়িং স্কোৱাডে জব্দ কৰে ৷

লগতে পঢ়ক:চেঙাত কংগ্ৰেছ, এ আই ইউ ডি এফ এৰি অগপত যোগদান কৰ্মকৰ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.