ETV Bharat / state

বন মহোৎসৱত বিধায়িকা আঙুৰলতা ডেকা - etv bharat assam

দেওবাৰে  নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্তানী পথৰ দুয়োকাষে বিধায়িকা আঙুৰলতা ডেকাৰ লগতে কাকমাৰি পঞ্চায়তৰ বহু পুৰুষ-মহিলাই ৭০০ৰো অধিক গছপুলি ৰোপণ কৰে ।

বটদ্ৰৱাৰ কাকমাৰিত বিধায়িকা আঙুৰলতা ডেকাই ৰাজপথত ৰোপণ কৰিলে গছ পুলি
author img

By

Published : Jul 14, 2019, 1:01 PM IST

বটদ্ৰৱা, ১৪ জুলাই:"পৃথিৱীখন জীয়াই থাকিবলৈ হ'লে গছ ৰুব লাগিব । সন্তান জন্ম দিলেই নহ'ব তাক মানুহৰূপে গঢ়ি তুলিব লাগিব । ঠিক সেইদৰে গছপুলি ৰুলেই নহ'ব তাক প্ৰতিপালন কৰিব লাগিব।" বটদ্ৰৱাৰ কাকমাৰিত বিধায়িকা আঙুৰলতা ডেকাই ৰাজপথত গছপুলি ৰোপণ কৰি এই মন্তব্য কৰে ।

বটদ্ৰৱাৰ কাকমাৰিত বিধায়িকা আঙুৰলতা ডেকাই ৰাজপথত ৰোপণ কৰিলে গছ পুলি

দেওবাৰে নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্তানী পথৰ দুয়োকাষে বিধায়িকা আঙুৰলতা ডেকাৰ লগতে কাকমাৰি পঞ্চায়তৰ বহু পুৰুষ-মহিলাই ৭০০ৰো অধিক গছপুলি ৰোপণ কৰে । বন মহোৎসৱৰ লগত সংগতি ৰাখি নগাঁও বন সংমণ্ডলৰ উদ্যোগত কাকমাৰি গাঁও পঞ্চায়তৰ সহযোগত বিধায়িকা আঙুৰলতা ডেকাই এই কাৰ্যসূচী ৰূপায়ণ কৰে ।

Intro:গছপুলি ৰুলেই নহ'ব তাক প্ৰতিপালন কৰিব লাগিব । বটদ্ৰৱাৰ কাকমাৰিত বিধায়িকা আঙুৰলতা ডেকাই ৰাজপথত ৰুপন কৰিলে গছ পুলি । Body:পৃথিৱীখন জীয়াই থাকিবলৈ হ'লে গছ ৰুব লাগিব । সন্তান জন্ম দিলেই নহ'ব তাক মানুহৰূপে গঢ়ি তুলিব লাগিব। ঠিক সেইদৰে গছপুলি ৰুলেই নহ'ব তাক প্ৰতিপালন কৰিব লাগিব। "সুস্থ পৰিৱেশৰ বাবে সেউজীয়া পৰিৱেশৰ প্ৰয়োজন। শিশু সকলক শিশু অৱস্থাৰ পৰাই গছপুলি ৰোপন কৰাৰ পৰিৱেশ গঢ় দিব লাগে। তেওঁ আৰু কয় যে, এজোপা বৃক্ষ দশ কন্যা সমান। সমষ্টিটোত নগাঁও মৰিগাঁও সংযোগী গড়কাপ্তানী পথৰ দুয়োকাষে বিধায়িকা আঙুৰলতা ডেকাৰ লগতে কাকমাৰি পঞ্চায়তৰ পুৰুষ মহিলাই ৰুপায়ন কৰিলে ৭০০ৰো অধিক গছ পুলি । বন মহোৎসৱৰ লগত সংগতি ৰাখি নগাঁও বন সংমন্ডলৰ উদ্যোগত কাকমাৰি গাওঁ পঞ্চায়তৰ সহযোগত পুৰুষ মহিলাক লগত লৈ দেওবাৰে বিধায়িকা আঙুৰলতা ডেকাই ৰুপায়ন কৰিলে এই বৃক্ষ ৰোপন কাৰ্যসূচী । বটদ্ৰৱা সমষ্টি সেউজীয়া কৰি ৰখাৰ প্ৰয়াসেৰে বিধায়িকা আঙুৰলতা ডেকাই লোৱা এই প্ৰদক্ষেপক সমষ্টি বাসীয়ে সলাগ লৈছে ।____________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.