ETV Bharat / state

কলিয়াবৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে মণিমাধৱ মহন্তই - কলিয়াবৰ

জ্যেষ্ঠ ভাতৃ কেশৱ মহন্ত আৰু পৰিয়ালৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই৷

কলিয়াবৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে মণিমাধৱ মহন্তই
author img

By

Published : Apr 11, 2019, 11:37 AM IST

কলিয়াবৰ, 11 এপ্ৰিল : কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ ভোটদান ৷ জ্যেষ্ঠ ভাতৃ কেশৱ মহন্ত আৰু পৰিয়ালৰ সদস্যৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে বিজেপি-অগপ মিত্ৰ জোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই৷

কলিয়াবৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে মণিমাধৱ মহন্তই

কলিয়াবৰৰ তেলীয়াগাঁৱৰ 44 নং অংগবাড়ী ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে মণিমাধৱ মহন্তই৷ উল্লেখ্য যে, কলিয়াবৰত সমুখ সমৰত মিলিত হৈছে বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্ত৷ কলিয়াবৰ সমষ্টিত 191 টা ভোটগ্ৰহণ কেন্দ্ৰত আজি ভোটাধিকাৰ সাব্যস্ত কৰিব 1,37,966 জন ভোটাৰে৷

Intro:কলিয়াবৰ লোকসভা সমষ্টিৰ ভাজপা-অগপ মিত্ৰ জোঁটৰ উমৈহতীয়া প্ৰাৰ্থী মণিমামাধৱ মহন্ত আৰু জ‍্যেষ্ঠ ভাতৃ মন্ত্ৰী কেশৱ মহন্তৰ ভোটদান। সঙ্গ দিলে পৰিয়ালৰ সদস‍্যইBody:কলিয়াবৰ লোকসভা সমষ্টিৰ ভাজপা-অগপ মিত্ৰ জোঁটৰ উমৈহতীয়া প্ৰাৰ্থী মণিমাধৱ মহন্তই ৪৪ নং আঙ্গনবাড়ী কেন্দ্ৰ তেলীয়া গাঁও ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিয়ে। একেসময়তে ভোট দান কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা মণিমাধৱৰ জ‍্যেষ্ঠ ভাতৃ কেশৱ মহন্তও ভোট দান কৰে একেটা ভোট গ্ৰহণ কেন্দ্ৰত‌।

দুয়ো ভাতৃক ভোট গ্ৰহণ কেন্দ্ৰলৈ আগবঢ়াই লৈ যায় সবিতা মইনা পাৰিজাতৰ মইনাসকলে। উল্লেখযোগ‍্য যে সবিতা মইনা পাৰিজাতৰ দুই-ভাতৃ প্ৰাক্তন মইনা।

কলিয়াবৰ বিধানসভা সমষ্টিটোত ১৯১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে ১ লাখ ৩৭ হাজাৰ, ৯৬৬ জন ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। নিৰ্ণয় কৰিব সাতজন প্ৰাৰ্থীৰ ভাগ‍্য।Conclusion:visuals/bites
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.