ETV Bharat / state

নগাঁৱৰ কঠিয়াতলীত বন্যহস্তীৰ সন্ত্ৰাস - nagaon

জাকৰ পৰা বিচিন্ন হোৱা এটা বন্যহস্তীয়ে ১৫/২০ দিন ধৰি কছাৰী গাঁও,গাৰো গাঁও, ৰেংবেঙকে ধৰি বৃহৎ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ বিনিদ্ৰ ৰজনী পাৰ কৰিছে অঞ্চলবাসীয়ে ৷

নগাঁৱৰ কঠিয়াতলীত বন্যহস্তীৰ সন্ত্ৰাস
author img

By

Published : Jun 20, 2019, 3:46 PM IST

নগাঁও,২০ জুনঃ ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। নগাঁৱৰ কঠিয়াতলীত বন্যহস্তীয়ে সৃষ্টি কৰিলে সন্ত্ৰাসৰ ৷ ফলত বুধবাৰে নিশা হাতী খেদিবলৈ বন বিভাগৰ স'তে ওলাই আহিল স্থানীয় লোক ৷ জাকৰ পৰা বিচিন্ন হোৱা এটা বন্যহস্তীয়ে ১৫/২০ দিন ধৰি কছাৰী গাঁও,গাৰো গাঁও, ৰেংবেঙকে ধৰি বৃহৎ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ বিনিদ্ৰ ৰজনী পাৰ কৰিছে অঞ্চলবাসীয়ে ৷ ওৰে নিশা হাতী খেদাত বন বিভাগ আৰু ৰাইজ ব্যস্ত থকাৰ বাবে কোনো ক্ষতি কৰিব নোৱাৰিলে হাতীয়ে ৷

Intro: নগাঁৱৰ কঠিয়াতলীত বন্যহস্তীৰ সন্ত্ৰাস ৷বুধবাৰে নিশা হাতী খেদিবলৈ বন বিভাগৰ লগত ওলাই আহিল স্থানীয় লোক ৷ জাকৰ পৰা বিচিন্ন হোৱা এটা বন্যহস্তীয়ে ১৫/২০ দিন ধৰি কছাৰী গাঁও, গাৰো গাঁও, ৰেংবেঙকে ধৰি বৃহৎ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ বিনিদ্ৰ ৰজনী পাৰ কৰিছে অঞ্চলবাসীয়ে ৷ ওৰে নিশা হাতী খেদাত বন বিভাগ আৰু ৰাইজ ব্যস্ত থকাৰ বাবে কোনো ক্ষতি কৰিব নোৱাৰিলে হাতীয়ে ৷

Body:
Byte = বন বিষয়া,বন কৰ্মী

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.