ETV Bharat / state

মাদ্ৰাছা শিক্ষা বন্ধৰ বিৰোধিতা কদমণি টাইটেল মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীৰ

author img

By

Published : Dec 31, 2020, 9:45 PM IST

মাদ্ৰাছা শিক্ষা বিলুপ্ত হোৱাৰ কথাটো সহজ ভাৱে ল’ব পৰা নাই নগাঁৱৰ কদমণি টাইটেল মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী সকলে । নগাঁও জিলাৰ বটদ্ৰৱাৰ কদমণিত অৱস্থিত অসমৰ অন্যতম উচ্চ শিক্ষা স্নাতকোত্তৰ প্ৰতিষ্ঠান কদমণি চিনিয়ৰ ও টাইটেল মাদ্ৰাছাই ১৯৮৫ চনৰ পৰা চৰকাৰী প্ৰদেশিকীকৰণ লাভ কৰি শিক্ষাৰ পোহৰ বিলাই আহিছে ।

মাদ্ৰাছা শিক্ষা বন্ধৰ বিৰোধিতা কদমণি টাইটেল মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীৰ

চামগুৰি, 31ডিচেম্বৰ : বুধবাৰে সদনত মাদ্ৰাছা শিক্ষা বন্ধ আইন গৃহীত হোৱাৰ লগে লগে চৰকাৰী মাদ্ৰাছা শিক্ষা বিলুপ্ত হোৱাৰ কথাটো সহজ ভাৱে ল’ব পৰা নাই নগাঁৱৰ কদমণি টাইটেল মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী সকলে । নগাঁও জিলাৰ বটদ্ৰৱাৰ কদমণিত অৱস্থিত অসমৰ অন্যতম উচ্চ শিক্ষা স্নাতকোত্তৰ প্ৰতিষ্ঠান কদমণি চিনিয়ৰ ও টাইটেল মাদ্ৰাছাই ১৯৮৫ চনৰ পৰা চৰকাৰী প্ৰদেশিকীকৰণ লাভ কৰি শিক্ষাৰ পোহৰ বিলাই আহিছে ।

উল্লেখ্য যে, নগাঁও জিলাৰ বিশিষ্ট শল্য চিকিৎসক ডাঃ চফীকুল ইছলাম, ডাঃ মুস্তাফা হুছেইনকে আদি কৰি বহু কেইজন চিকিৎসক অভিযন্তা প্ৰশাসনিক বিষয়াই মাদ্ৰাছা খনৰ পৰা অধ্যয়ন কৰি দেশৰ সেৱা কৰি আহিছে । তেনে সময়ত এই মাদ্ৰাছা সমূহ বন্ধ কৰি দিয়াটো যথেষ্ট তাৎপৰ্য পূৰ্ণ হিচাপে বিবেচিত হৈছে ।

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰে মাদ্ৰাছাখনৰ ছাত্ৰ-ছাত্ৰী সকলে ৷ আনহাতে, এই আইনৰ বিৰুদ্ধে ৰাইজৰ ভিন্ন স্থানত ধৰ্মীয় লোকসকলৰ মাজত প্ৰতিক্ৰিয়া দেখা গৈছে ৷ এ আই ইউ ডি এফৰ বিধায়ক সকলেও ইয়াৰ বিৰোধিতা কৰি ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ কৰ’ণাৰ প্ৰতিষেধকৰ বিৰুদ্ধে ফটোৱা জাৰি ৰাজা একাডেমীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.