নগাঁও, 1 এপ্ৰিলঃ পুত্ৰৰনিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ ভোট ভিক্ষাত নামি পৰিছে পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ বাবে পুত্ৰ গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈসোমবাৰে জুৰীয়াত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ৷ নিৰ্বাচনী সভাত উপস্থিত হৈপিতা পুত্ৰই ক্ষুৰধাৰ সমালোচনা কৰেশাসনাধিষ্ঠবিজেপি চৰকাৰ তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যত প্ৰথমে কংগ্ৰেছ দলে এন আৰ চিৰ কাম আৰম্ভ কৰিছিল বুলি মন্তব্য কৰে ৷
পুত্ৰৰ নিৰ্বাচনী সভাত তৰুণ গগৈ - assam news
কলিয়াবৰ লোকসভা সমষ্টিৰ বাবে পুত্ৰ গৌৰৱ গগৈৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ সোমবাৰে জুৰীয়াত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ নিৰ্বাচনী সভাত উপস্থিত হৈ পিতা-পুত্ৰই ক্ষুৰধাৰ সমালোচনা কৰিলে শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷
![পুত্ৰৰ নিৰ্বাচনী সভাত তৰুণ গগৈ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2874774-38-712340d3-714f-4d7c-9739-f4b57fa13609.jpg?imwidth=3840)
তৰুণ গগৈ
নগাঁও, 1 এপ্ৰিলঃ পুত্ৰৰনিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ ভোট ভিক্ষাত নামি পৰিছে পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ বাবে পুত্ৰ গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈসোমবাৰে জুৰীয়াত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ৷ নিৰ্বাচনী সভাত উপস্থিত হৈপিতা পুত্ৰই ক্ষুৰধাৰ সমালোচনা কৰেশাসনাধিষ্ঠবিজেপি চৰকাৰ তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যত প্ৰথমে কংগ্ৰেছ দলে এন আৰ চিৰ কাম আৰম্ভ কৰিছিল বুলি মন্তব্য কৰে ৷
পুত্ৰৰ নিৰ্বাচনী সভাত তৰুণ গগৈ
পুত্ৰৰ নিৰ্বাচনী সভাত তৰুণ গগৈ
Intro:পুত্ৰক নিৰ্ববাচনী বৈতৰণী পাৰ কৰিবলৈ ভোট ভিক্ষাত নামি পৰিছে পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷Body:কলিয়াবৰ লোকসভা সমষ্টিৰ বাবে পুত্ৰ গৌৰৱ গগৈক নিৰ্ববাচনী বৈতৰণী পাৰ কৰাবলৈ আজি এক এপ্ৰিলৰ দিনা ৰূপহীহাট সমষ্টিৰ জুৰীয়া কদমনি টাউন হাইস্কুল খেল পথাৰত উপস্থিত হল হি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱ ৷ বাপেক পুতেক দুযোজনে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰাৰ লগতে বৰ্তমানৰ অসম চৰকাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হোৱাহে দেখা গল ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে আই এম ডি টি আইন বাতিল প্ৰসংগ উল্লেখ কৰি কয় আইন খন বাতিলৰ পিছতো কোনো ধৰ্মীয় সংখ্যালঘু লোকক হাৰাশাস্তিৰ সন্মুখিন হবলৈ দিয়া নাই ৷ এন আৰ চিৰ কাম প্ৰথমে কংগ্ৰেছে আৰাম্ভ কৰিছিল বুলি উল্লেখ কৰি কয় যে , ভোটাৰ তালিকাত নাম থকা সকলো ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা উচিত ৷ এনে ভাষণ শুনাৰ পাছত লাহে লাহে প্ৰায় সংখ্যক দৰ্শক উঠি গুচি যোৱা পৰিলক্ষিত হয় ৷
Conclusion:গতিকে ইয়াৰ পৰা দেখা গল কিমান সফল হব পাৰিব কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ ৷ পাৰিবনে নিৰ্ববাচনী বৈতৰণী পাৰ হব ৷ নে মিত্ৰজোঁটৰ প্ৰাৰ্থী মনি মাধৱ মহন্তৰ প্ৰত্যাহ্বানৰ সন্মুখিন হব গৌৰৱ ৷
জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা