নগাঁও,18এপ্ৰিল: নগাঁৱৰ খুটিকতিয়া ভদ্ৰাম ৰাজখোৱা বালিকা স্কুলত নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ অনুষ্ঠিত হয় ভোটগ্ৰহণ। ভোটকেন্দ্ৰটোৰ ই ভি এমৰ অসুবিধাৰ বাবে নিৰ্দিষ্ট সময়ত আৰম্ভ কৰিব পৰা নাই ভোটগ্ৰহণ। যাৰ বাবে 40 মিনিট পলমকৈ ভোটগ্ৰহণ আৰম্ভ হয় ভোটকেন্দ্ৰটোত।
নগাঁৱত 40 মিনিট পলমকৈ অনুষ্ঠিত ভোটগ্ৰহণ - ই ভি এম
নগাঁৱৰ এটা ভোটকেন্দ্ৰত 40 মিনিট পলমকৈ অনুষ্ঠিত ভোটগ্ৰহণ। ই ভি এমৰ বিসংগতিৰ বাবে পলমকৈ ভোটগ্ৰহণ ভোটকেন্দ্ৰটোত।
নগাঁৱত ৪০ মিনিট পলমকৈ অনুষ্ঠিত ভোটগ্ৰহণ
নগাঁও,18এপ্ৰিল: নগাঁৱৰ খুটিকতিয়া ভদ্ৰাম ৰাজখোৱা বালিকা স্কুলত নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ অনুষ্ঠিত হয় ভোটগ্ৰহণ। ভোটকেন্দ্ৰটোৰ ই ভি এমৰ অসুবিধাৰ বাবে নিৰ্দিষ্ট সময়ত আৰম্ভ কৰিব পৰা নাই ভোটগ্ৰহণ। যাৰ বাবে 40 মিনিট পলমকৈ ভোটগ্ৰহণ আৰম্ভ হয় ভোটকেন্দ্ৰটোত।
Intro:নগাঁৱৰ এটা ভোটকেন্দ্ৰত ৪০ মিনিট পলমকৈ অনুষ্ঠিত ভোটগ্ৰহন।
Body:নগাঁৱৰ খুটিকতিয়া ভদ্ৰাম ৰাজখোৱা বালিকা স্কুলত নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ অনুষ্ঠিত হয় ভোটগ্ৰহন। ভোটকেন্দ্ৰটোৰ ই ভি এমৰ অসুবিধাৰ বাবে নির্দিষ্ট সময়ত আৰম্ভ কৰিব পৰা নাই ভোটগ্ৰহন। ৪০ মিনিট পলমকৈ ভোটগ্ৰহন আৰম্ভ হয় ভোটকেন্দ্ৰটোত।
bite,
Conclusion: