ETV Bharat / state

পাঁচদিনে সন্ধানহীন নগাঁৱৰ বৰুণ কৰ - নগাঁও

বিগত পাঁচদিনে সন্ধানহীন হৈ আছে এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত বৰুণ কৰ নামৰ শ্ৰমিকগৰাকী

শ্ৰমিক বৰুণ কৰ
author img

By

Published : Mar 21, 2019, 6:48 PM IST

নগাঁও, ২১ মাৰ্চঃ পুনৰ ৰাজ্যৰ পৰা সন্ধানহীন ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত শ্ৰমিক । বিগত পাঁচদিন ধৰি নগাঁৱৰ পৰা সন্ধানহীন হৈ আছে বৰুণ কৰ নামৰ শ্ৰমিকগৰাকী । নগাঁৱৰ চকীটোপত ঘৰ চল্লিশ বছৰীয়া অবিবাহিত শ্ৰমিকগৰাকীৰ ৷

নগাঁও বজাৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত শ্ৰমিক হিচাপে কৰ্মৰত আছিল বৰুণ কৰ ওৰফে বাপ্পী নামৰ লোকগৰাকী । কিন্তু বিগত পাঁচদিন পূৰ্বেই প্ৰতিষ্ঠানটোলৈ বুলি ওলাই গৈ আজিলৈকে ঘৰলৈ ঘূৰি অহা নাই শ্ৰমিকগৰাকী ।

শ্ৰমিক বৰুণ কৰ

ইতিমধ্যে ঘটনা সন্দৰ্ভত নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে শ্ৰমিকগৰাকীৰ পৰিয়ালৰ লোকে । কিন্তু ঘটনাৰ পাঁচদিন পিচটো আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে শ্ৰমিকগৰাকীৰ ম'বাইলত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও ফোনটো চুইটছ অফ দেখাই থকা বুলি উল্লেখ কৰিছে । কোনো সদাশয় লোকে শ্ৰমিকগৰাকীৰ সন্ধান পালে নগাঁও সদৰ থানাত নাইবা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ।

Intro:নগাঁৱত পাঁচ দিনেও সন্ধান নাই শ্ৰমিকৰ।

Body:নগাঁৱত পাঁচ দিন ধৰি সন্ধানহীন হৈ আছে এজন শ্ৰমিক। নগাঁৱৰ বৰবজাৰৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত শ্ৰমিক হিচাপে কৰ্মৰত চকীটোপৰ বৰুণ কৰ ওৰফে বাপ্পীক বিচাৰি এতিয়া হাহাকাৰ পৰিয়ালৰ লোকৰ। প্ৰতিষ্ঠানটোত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে বাপ্পী। পৰিয়ালৰ লোকে এই সন্দৰ্ভত নগাওঁ সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।
bite

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.