ETV Bharat / state

নগাঁৱত কুঁহি অনুষ্ঠানৰ সামৰণি

নগাওঁ জিলা সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা কুঁহি অনুষ্ঠানৰ সফল সামৰণি ।

author img

By

Published : Jul 31, 2019, 4:03 AM IST

নগাঁৱত কুঁহি অনুষ্ঠানৰ সামৰণি
  • নগাঁৱত সফল সামৰণি কুঁহি অনুষ্ঠানৰ
  • মঙলবাৰে সামৰণি পৰে এই অনুষ্ঠানৰ
  • নগাওঁ জিলা সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল এই অনুষ্ঠান
  • শিশুৰ বৌদ্ধিক আৰু মানসিক উত্তৰণৰ লক্ষ্য আছিল কুঁহি অনুষ্ঠানৰ
  • শিশুসকলৰ মাজত গ্ৰীষ্মকালীন কৰ্মশালাৰ অনুষ্ঠিত কৰা হৈছিল
  • গীত-নৃত্য , চিত্ৰাংকন আৰু সাধু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল
  • দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল কুঁহি অনুষ্ঠান
  • এই অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা

Intro:নগাওঁ জিলা সাহিত্য সভাৰ কুঁহি উপসমিতিৰ উদ্যোগত কুঁহি অনুষ্ঠানৰ সামৰণি।

Body:মঙলবাৰে সামৰণি পৰে নগাওঁ জিলা সাহিত্য সভাৰ কুঁহি উপসমিতিৰ উদ্যোগত অনুষ্ঠিত কুঁহি অনুষ্ঠানৰ। শিশুৰ বৌদ্ধিক আৰু মানসিক উত্তৰণৰ লক্ষ্যৰে সাহিত্য সভাৰ কুঁহি উপসমিতিয়ে শিশুসকলৰ মাজত গ্ৰীষ্মকালীন কৰ্মশালাৰ লগতে অনুষ্ঠিত কৰে গীত নৃত্য , চিত্ৰাংকন আৰু সাধু কোৱা প্ৰতিযোগিতা। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কুঁহি উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাৰফ লগতে নগাওঁ জিলা সাহিত্য সভাৰ বিষয়ববীয়াই।
bite.
----- -----------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৩০-৭-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.