ETV Bharat / state

বানপানী গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

author img

By

Published : Nov 3, 2019, 7:36 PM IST

চৰকাৰৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ বানপানী, আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বাতিলৰ দাবীৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

বানপানী গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

নগাঁও, 3 নৱেম্বৰঃ নগাঁৱত বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

নগাঁও জিলাৰ কামপুৰ টেপৰ আটিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কামপুৰ আঞ্চলিকৰ অধিৱেশন খনি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । ৰাতিপুৱা পতাকা উত্তোলনৰ পাছতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী সমদল বাহিৰ কৰে সংগ্ৰাম সমিতিয়ে ৷ প্ৰতিবাদকাৰী সকলে ৰাজ্যৰ বানপানী আৰু গৰাখহনীয়া সমস্যৰ স্থায়ী সমাধান কৰিবলৈ চৰকাৰক দাবী জনায় ৷ আনহাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন বাতিল কৰিবলৈও দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

তাৰোপৰি শেহতীয়া বানত ৰাজ্যৰ লগতে নগাওঁ জিলাত বিস্তৰ ক্ষতি সাধন হৈছিল ৷ ক্ষতিগ্ৰস্ত কৃষক সকলক অতিশীঘ্ৰে ক্ষতিপুৰণ দিবলৈ আহ্বান জনাই সংগঠনটোৱে ৷ লগতে জাতি মাটি ভেটি ৰক্ষাৰ হকে সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক কাম কৰাৰ বাবে চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰী সকলে । বানাক্ৰান্ত লোক সকলক সাহাৰ্যৰ নামত চৰকাৰে ভেঁকুভাওঁনা কৰা বুলিও আন এক গুৰুতৰ অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে । তাৰোপৰি বানাক্ৰান্ত লোক সকলৰ পুনৰ সংস্থাপন নিদিয়াৰ পৰ্যন্ত চৰকাৰক খাদ্য যোগান ধৰাৰ দাবী কৰে প্ৰতিবাদকাৰী সকলে ।

Intro:
Story=নগাঁও জিলাৰ কামপুৰ টেপৰ আটিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আঞ্চলিক অধিবেশন ।

Anchor=নগাঁও জিলাৰ কামপুৰ টেপৰ আটিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কামপুৰ আঞ্চলিক অধিবেশন খনি দেওঁবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । পুৱা পতাকা উত্তোলনৰ পাছতে এক বৃহৎ সমদল বাহিৰ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ বিয়লি অনুষ্ঠিত হয় এখন মুকলি সভা ৷ মুকলি সভাতে কামপুৰ অঞ্চলৰ বানপানী গৰখহনীয়া সমস্যা স্থায়ী সমাধানৰ দাবী তোলে । কামপুৰৰ টেপৰআটিত অনুস্থিত কৃষক মুক্তিৰ কামপুৰ আঞ্চলিকৰ অধিবেশন এই সিদ্ধান্ত । ইফালে বানত চিঙি যোৱা মাথাউৰী নিৰ্মানৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।শেহতীয়া বানত নগাওঁ জিলাৰ বিভিন্ন এলেকাৰ কৃষক সকলক ক্ষতিপুৰণ দিয়াৰ দাবী কৃষক সংগঠনটোৱে । সৰ্ব্বানন্দ সোনোৱালৰ শ্ল'গান জাতি মাটি ভেটিৰ ৰক্ষা হকে কাম কৰাৰ বাবে চৰকাৰক দাবী জনাই । বৰ্ন্যাত জনতাক সাহায্যৰ নামত সোনোৱাল চৰকাৰে ভেঁকুভাওঁনা কৰাৰ অভিযোগ । বানাক্ৰান্তক পুনৰ সংস্থাপন নিদিয়াৰ পৰ্য্যন্ত খাদ্য যোগান ধৰাৰ দাবী । চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদত ৰাইজ ৰাজপথলৈ ওলাই অহা বুলি কয় কৃষক মুক্তিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাই । চৰকাৰী অৱহেলাৰ বিপৰীতে তীব্ৰ আন্দোলনৰ হুঙ্কাৰ দিয়ে কৃষক নেতাজনে ।
Byte = ৰাজু বৰা 
Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.