ETV Bharat / state

কলিয়াবৰত অগপ নেতা কেশৱ মহন্তৰ মনোনয়ন পত্ৰ দাখিল

author img

By

Published : Mar 8, 2021, 5:08 PM IST

সোমবাৰে কলিয়াবৰ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে বৰ্তমানৰ মন্ত্ৰী তথা অগপ নেতা কেশৱ মহন্তই ৷ সমষ্টিৰ উন্নয়নৰ গতি তৰান্বিত কৰাৰ প্ৰতিশ্ৰুতিৰে একেৰাহে চতুৰ্থ বাৰৰ বাবে অগপ দলীয় প্ৰাৰ্থী কেশৱ মহন্তই সমষ্টিটোৰ বাবে দাখিল কৰিলে মনোনয়ন পত্ৰ ৷

keshab-magenta-filed-nomination-at-kaliabor
কলিয়াবৰত অগপ নেতা কেশৱ মহন্তৰ মনোনয়ন পত্ৰ দাখিল

কলিয়াবৰ,8 মাৰ্চ: ৰাজ্যত তুংগত উঠিছে ৰাজনৈতিক প্ৰস্তুতি ৷ ইয়াৰ মাজতে সোমবাৰে অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দিতা আগবঢ়োৱা বহু প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন ৷ ইয়াকে লৈ বহু কেইখন জিলাত দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ ৷ ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে বৰ্তমানৰ মন্ত্ৰী তথা অগপ নেতা কেশৱ মহন্তই ৷ মনোনয়ন পত্ৰ দাখিলৰ সময়ত নেতা গৰাকীক সংগ দিলে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৷ উল্লেখ্য যে, সমষ্টিৰ উন্নয়নৰ গতি তৰান্বিত কৰাৰ প্ৰতিশ্ৰুতিৰে একেৰাহে চতুৰ্থ বাৰৰ বাবে অগপ দলীয় প্ৰাৰ্থী কেশৱ মহন্তই সমষ্টিটোৰ বাবে দাখিল কৰিলে মনোনয়ন পত্ৰ ৷

উল্লেখ্য যে, সহস্ৰাধিক দলীয় নেতা-কৰ্মী তথা সমৰ্থকৰ বিপুল উৎসাহ-উদ্দীপনাৰ মাজেৰে কলিয়াবৰত সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ কুঁৱৰীটোলস্থিত অগপ জিলা কাৰ্যালয়ৰ পৰা পদব্ৰজে শোভাযাত্ৰা কৰি কলিয়াবৰ তিনিআলিস্থিত কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ নিৰ্বাচনী বিষয়া কাৰ্যালয়ত উপস্থিত হৈ পত্ৰ দাখিল কৰে মহন্তই ৷

লগতে পঢ়কঃ যোৰহাটত মনোনয়ন পত্ৰ দাখিল হিতেন্দ্ৰ নাথ গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.