কলিয়াবৰ, 25 জুলাইঃ কলিয়াবৰ মহকুমাৰ মিছা আৰক্ষী চকীৰ অন্তৰ্গত মিছাত দুষ্প্ৰাপ্য কেঁকো সাপসহ ৬ চোৰাং ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে অভিযান কালত দুষ্কৃতিকাৰী কেইটাই চলাই অহা এ এছ ০১ ই ডি ০৩২৭ নম্বৰৰ মাৰুতি এল্ট' বাহনো জব্দ কৰে। আটকাধীন দুষ্কৃতিকাৰী কেইটা হৈছে ক্ৰমে নিতুল বিশ্বাস, নমুদ্ৰ মণ্ডল, উপেন মণ্ডল, মুনিন নাৰ্জাৰী, সুবল মণ্ডল আৰু প্ৰণয় সাহা । আৰক্ষীয়ে আটকাধীন লোককেইজনক সোধ-পোছ অব্যাহত ৰাখিছে ।
মিছাত কেঁকো সাপসহ 6 জন ধৃত - keku snake smuggling
কলিয়াবৰ মহকুমাৰ মিছা আৰক্ষী চকীৰ অন্তৰ্গত মিছাত কেঁকো সাপসহ ৬ চোৰাং ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

মিছাত কেঁকো সাপসহ 6 জন ধৃত
কলিয়াবৰ, 25 জুলাইঃ কলিয়াবৰ মহকুমাৰ মিছা আৰক্ষী চকীৰ অন্তৰ্গত মিছাত দুষ্প্ৰাপ্য কেঁকো সাপসহ ৬ চোৰাং ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে অভিযান কালত দুষ্কৃতিকাৰী কেইটাই চলাই অহা এ এছ ০১ ই ডি ০৩২৭ নম্বৰৰ মাৰুতি এল্ট' বাহনো জব্দ কৰে। আটকাধীন দুষ্কৃতিকাৰী কেইটা হৈছে ক্ৰমে নিতুল বিশ্বাস, নমুদ্ৰ মণ্ডল, উপেন মণ্ডল, মুনিন নাৰ্জাৰী, সুবল মণ্ডল আৰু প্ৰণয় সাহা । আৰক্ষীয়ে আটকাধীন লোককেইজনক সোধ-পোছ অব্যাহত ৰাখিছে ।
মিছাত কেঁকো সাপসহ 6 জন ধৃত
মিছাত কেঁকো সাপসহ 6 জন ধৃত
Intro:কলিয়াবৰৰ মিছাত কেকো সাপ উদ্ধাৰ
এল্ট' বাহনসহ ছজন আটকBody:কলিয়াবৰ মহকুমাৰ মিছা আৰক্ষী চকীৰ অন্তৰ্গত মিছাত কেঁকো সাপসহ ৬ চোৰাং ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। মিছা আৰক্ষীৰ সহযোগত কলিয়াবৰ আৰক্ষীয়ে মিছা অঞ্চলৰ পৰা কেঁকো সাপসহ আটক কৰা দুস্কৃতিকাৰী কেইটা হ'ল নিতুল বিশ্বাস, নমুদ্ৰ মণ্ডল, উপেন মণ্ডল, মুনিন নাৰ্জাৰী, সুবল মণ্ডল আৰু প্ৰণয় সাহা। লগতে এ এছ ০১ ই ডি ০৩২৭ নম্বৰৰ মাৰুতি এল্ট' বাহনো জব্দ কৰে। উল্লেখযোগ্য যে, উআটক কৰা নিতুল বিশ্বাসৰ ঘৰ কলিয়াবৰৰ দাৰিগজীৰ হোৱা লগতে বাকী কেইজন ঘৰ বাস্কা জিলাত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে আটাইকেইজনকে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে।Conclusion:visuals
bite