ETV Bharat / state

কচুৱাত বাঢ়নী পানীয়ে উটুৱাই নিলে বাঁহৰ দলং - নগাঁও

দীৰ্ঘদিন ধৰি ৰাইজে এখন পকী দলং নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাই আহিছিল যদিও ৰাইজৰ দাবীৰ প্ৰতি কোনো এখন চৰকাৰেই গুৰুত্ব প্ৰদান নকৰিলে । ফলত বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজে দুৰ্ভোগ ভুগিবগীয়া হৈছে ।

বৰপানী নৈ উটোৱাই নিলে কচুৱা ৰমনী পথাৰৰ বাঁহৰ দলঙ
author img

By

Published : May 5, 2019, 6:30 PM IST

নগাঁও, 5 মে’: কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ হৈ থকাৰ ফলত ক্ৰমাৎ বাঢ়ি আহিছে বৰপানী নৈৰ জলস্তৰ । বৰপানী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে নগাঁও কচুৱা ৰমণী পথাৰৰ বাঁহৰ দলংখন । দলংখন নৈয়ে উটুৱাই নিয়াৰ ফলত অঞ্চলটোৰ 40 খন গাঁৱৰ ৰাইজৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ।

বৰপানী নৈ উটোৱাই নিলে কচুৱা ৰমনী পথাৰৰ বাঁহৰ দলঙ

লগতে পঢ়ক: পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত হাইপ্ৰফাইল নেতাৰ যুঁজ

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ৰাইজে এখন পকী দলং নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাই আহিছিল যদিও ৰাইজৰ দাবীৰ প্ৰতি কোনো এখন চৰকাৰেই গুৰুত্ব প্ৰদান নকৰিলে । ফলত বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজে দুৰ্ভোগ ভুগিবগীয়া হৈছে ।

Intro:নেৰানেপেৰা বৰষুণ।বাঢ়ি অাহিছে বৰপানী নদী।বৰপানী নদীয়ে উটোৱাই নিলে নগাঁৱৰ কচুৱা ৰমনী পথাৰৰ বাঁহৰ দলং।৪০ খন গাঁৱৰ ৰাইজৰ যোগাযোগ বিচ্চিন্ন।

Anchor= কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ হৈ থকাৰ ফলত ক্ৰমাৎ বাঢ়ি অাহিছে বৰপানী নদী।বৰপানী নদীৰ বাঢ়নী পানীয়ে উটোৱাই নিলে নগাঁও কচুৱা ৰমণী পথাৰৰ বাঁহৰ দলং খন।দলং খন নদীয়ে উটোৱাই নিয়াৰ ফলত অঞ্চলটোৰ ৪০ খন গাঁৱৰ ৰাইজৰ যোগাযোগ বিচ্চিন্ন হৈ পৰিছে।ফলত কোনো কেনিও উলাব নোৱাৰা অৱস্থা।

Byte-স্থানীয় লোক

Body:উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ৰাইজে এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ চৰকাৰক দাবী জনাই অাহিছিল যদিও কোনো এখন চৰকাৰেই গুৰুত্ব প্ৰদান নকৰিলে।ফলত বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজে দূৰ্ভোগ ভূগিব লগা হৈছে।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.