ETV Bharat / state

কলিয়াবৰত কাৰাটে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত - কাৰাটে

কলিয়াবৰত ব্ৰাডাৰ্চ ফাইট ক্লাৱৰ সহযোগত আৰু চিট্য ৰিউ কাৰাটে স্কুল অৱ আচামৰ কাৰাটেৰ উদ্যোগত ২৪ আগষ্টৰ পৰা তিনিদিনীয়াকৈ ছাউথ জ'ন কাৰাটে দ্য চামাৰ কেম্প অনুষ্ঠিত ৷

কলিয়াবৰত কাৰাটে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত
author img

By

Published : Aug 25, 2019, 3:08 AM IST

কলীয়াবৰ, 24 আগষ্টঃ কলিয়াবৰত ব্ৰাডাৰ্চ ফাইট ক্লাৱৰ সহযোগত আৰু চিট্য ৰিউ কাৰাটে স্কুল অৱ আচামৰ কাৰাটেৰ উদ্যোগত ২৪ আগষ্টৰ পৰা তিনিদিনীয়াকৈ ছাউথ জ'ন কাৰাটে দ্য চামাৰ কেম্প অনুষ্ঠিত হয় ৷ মহিলাৰ আত্মৰক্ষাৰ বাবে মহিলাসকলক সচেতন কৰাৰ উদ্দেশ্যে কলিয়াবৰৰ কুঁৱৰীটোলৰ মুক্তি যুঁজাৰু ভৱনত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে ৷

Intro:কলিয়াবৰত ব্ৰাডাৰ্চ ফাইট ক্লাৱৰ সহযোগত চিট' ৰিউ কাৰাটে স্কুল অৱ আচামৰ কাৰাটেৰ উদ‍্যোগত "চাউথ জ'ন কাৰাটে ড' চামাৰ কেম্প"

মহিলাৰ আত্মৰক্ষা সচেতনতা শিৱিৰ

শিৱিৰৰ আৰম্ভণীতে শিক্ষাৰ্থীৰ সচেতনতা সমদল

কলিয়াবৰত অসমৰ তিনি জিলাৰ প্ৰায় ১২০ কাৰাটে শিক্ষাৰ্থী

২৪ আগষ্টৰ পৰা তিনিদিনীযাকৈ এই জহকালীন শিৱিৰ

অহা ২৬ আগষ্টত সামৰণী পৰিব এই শিৱিৰ।Body:কলিয়াবৰৰ কুঁৱৰীটোলৰ মুক্তি যুঁজাৰু ভৱনত শণিবাৰৰ পৰা কাৰাটে শিক্ষাৰ্থী এক জহকালীন শিৱিৰ আৰম্ভ হৈছে। য'ত ভাগ লৈছে ১২০ জন শিক্ষাৰ্থীয়ে। লগতে মহিলাৰ আত্মৰক্ষাৰ বাবেও মহিলাসকলক সচেতন কৰা বাবে এই শিৱিৰত বিশেষ কাৰ্য‍্যসূচী গ্ৰহণ কৰিছে।
কলিয়াবৰত ব্ৰাডাৰ্চ ফাইট ক্লাৱৰ সহযোগত চিট' ৰিউ কাৰাটে স্কুল অৱ আচামৰ কাৰাটেৰ উদ‍্যোগত "চাউথ জ'ন কাৰাটে ড' চামাৰ কেম্প"ৰ আয়োজন কৰিছে।
আজি শিৱিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওগে।Conclusion:visuals
bites
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.