ETV Bharat / state

কমল মেধিক ৰাইজৰ দলৰ সাধাৰণ সম্পাদক হিচাপে মনোনীত

author img

By

Published : Jan 9, 2021, 9:42 PM IST

Updated : Jan 9, 2021, 10:46 PM IST

প্ৰথমাৱস্থাত কমল কুমাৰ মেধিক নৱগঠিত দলটোৰ উপ সভাপতি হিচাপে মনোনীত কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত সমিতিয়ে কমল কুমাৰ মেধিক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰে ।

KAMAL MEDHI APPOINTED AS GS OF RAIJOR DOL
অখিল গগৈক সভাপতি আৰু কমল মেধিক ৰাইজৰ দলৰ সাধাৰণ সম্পাদক হিচাপে মনোনীত

নগাঁও,9 জানুৱাৰী : মৰাণৰ মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত ৰাইজৰ দলৰ প্ৰথমখন অধিবেশন শনিবাৰে সামৰণি পৰে । তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিবেশনখনতেই ৰাইজৰ দলৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হয় । অধিবেশনত অখিল গগৈক সভাপতি আৰু কমল কুমাৰ মেধিক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰা হয় ।

প্ৰথমাৱস্থাত কমল কুমাৰ মেধিক নৱগঠিত দলটোৰ উপ সভাপতি হিচাপে মনোনীত কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত সমিতিয়ে কমল কুমাৰ মেধিক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰে ।

নগাঁও,9 জানুৱাৰী : মৰাণৰ মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত ৰাইজৰ দলৰ প্ৰথমখন অধিবেশন শনিবাৰে সামৰণি পৰে । তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিবেশনখনতেই ৰাইজৰ দলৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হয় । অধিবেশনত অখিল গগৈক সভাপতি আৰু কমল কুমাৰ মেধিক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰা হয় ।

প্ৰথমাৱস্থাত কমল কুমাৰ মেধিক নৱগঠিত দলটোৰ উপ সভাপতি হিচাপে মনোনীত কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত সমিতিয়ে কমল কুমাৰ মেধিক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰে ।

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰৰ গতিপথ সলনি কৰাৰ চেষ্টা কৰিছে চীনেঃ উপেন্দ্ৰ প্ৰসাদ সিং

Last Updated : Jan 9, 2021, 10:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.