ETV Bharat / state

নিশা গুৰুজনাৰ জন্মস্থানত সাংসদ কামাখ্যা প্ৰসাদ তাছা - নিশা গুৰুজনাৰ জন্মস্থানত সাংসদ কামাখ্যা প্ৰসাদ তাছা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা সম্পূৰ্ণ জাতীয় সাজ পাৰ পৰিধান কৰি নিশা বটদ্ৰৱা থানত উপস্থিত হৈ সাংসদ গৰাকীয়ে কীৰ্তনঘৰত সেৱা লয়।

নিশা গুৰুজনাৰ জন্মস্থানত সাংসদ কামাখ্যা প্ৰসাদ তাছা
author img

By

Published : Oct 22, 2019, 11:45 PM IST

বটদ্ৰৱা, 22 অক্টোবৰঃ মঙলবাৰে নিশা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হ'ল ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা। জাতীয় সাজ-পাৰ পৰিধান কৰি আৰ্শীষ ললে গুৰুজনাৰ ।

KAMAKHYA PRASAD TASA VISIT NAGAON BATADROBA THAN
গুৰুজনাৰ জন্ম স্থান বটদ্ৰৱাl কামাখ্যা প্ৰসাদ তাছা

"গুৰুজনাক অকল ধৰ্মগুৰুৰ সংকীৰ্ণতাৰে ধৰি নাৰাখি,মহামানৱ জনাক বটদ্ৰৱা থানৰ পৰাই বিশ্বৰ দৰবাৰলৈ লৈ যাব লাগিব"। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত হৈ এই মন্তব্য কৰে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা সম্পূৰ্ণ জাতীয় সাজ পাৰ পৰিধান কৰি নিশা বটদ্ৰৱা থানত উপস্থিত হৈ সাংসদ গৰাকীয়ে কীৰ্তনঘৰত সেৱা লয়। থানৰ কেৱলীয়া ভকত,বৈষ্ণৱ সত্ৰাধিকাৰ সমন্বিতে সকলোৱে আশীৰ্বাদ প্ৰদান কৰে সাংসদ গৰাকীক। আশীষ নিৰ্মালী আৰু প্ৰসাদ গ্ৰহণ কৰি কামাখ্যা প্ৰসাদ তাছাই গুৰুজনাৰ স্মৃতি বিজড়িত আকাশী গংগা,শিলিখা বৃক্ষ,পদশিলা আদি দৰ্শন কৰি আপ্লুত হৈ পৰে। লগতে সাংসদ তাছাই আবেগেৰে নহয় যুক্তিৰে আমি গুৰুজনাক বিশ্বৰ শ্ৰেষ্ঠ হিচাপে চিনাকী কৰি দিব লাগিব " বুলি মন্তব্য প্ৰকাশ কৰে। বটদ্ৰৱা থানৰ পৰা সাংসদ গৰাকীক ফুলাম গামোছা আৰু গ্ৰন্থৰে আদৰণি জনোৱা হয়।

Intro:নিশা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা । জাতীয় সাজ-পাৰ পৰিধান কৰি আৰ্শীষ ললে গুৰুজনাৰ ।Body:"গুৰুজনাক অকল ধৰ্মগুৰুৰ সংকীৰ্নতাৰে ধৰি নাৰাখি, মহামানৱ জনাক বটদ্ৰৱা থানৰ পৰাই বিশ্বৰ দৰবাৰলৈ লৈ যাব লাগিব" । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা উপস্থিত হৈ এই মন্তব্য কৰে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা থানত মংগলবাৰে নিশা উপস্থিত হয় ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা। সম্পূৰ্ণ জাতীয় সাজ পৰিধান কৰি নিশা বটদ্ৰৱা থানত উপস্থিত হয় সাংসদ গৰাকীয়ে কীৰ্তনঘৰত সেৱা লয়। থানৰ কেৱলীয়া ভকত বৈষ্ণৱ সত্ৰাধিকাৰ সমন্বিতে আশীৰ্বাদ প্ৰদান কৰে সাংসদ গৰাকীক। আশীষ নিৰ্মালী আৰু প্ৰসাদ গ্ৰহণ কৰি কামাখ্যা প্ৰসাদ তাছাই গুৰুজনাৰ স্মৃতি বিজড়িত আকাশী গংগা, শিলিখা বৃক্ষ, পদশিলা আদি দৰ্শন কৰি আপ্লুত হৈ পৰে।লগতে বটদ্ৰৱা থান দৰ্শনৰ অন্তত সাংসদ তাছাই "গুৰুজনাক অকল ধৰ্মগুৰুৰ সংকীৰ্নতাৰে ধৰি নাৰাখি, মহামানৱ জনাক বটদ্ৰৱা থানৰ পৰাই বিশ্বৰ দৰবাৰলৈ লৈ যাব লাগিব। আবেগেৰে নহয় যুক্তিৰে আমি গুৰুক বিশ্বৰ শ্ৰেষ্ঠ হিচাপে চিনাকী কৰি দিব লাগিব। " বুলি মন্তব্য প্ৰকাশ কৰে। বটদ্ৰৱা থানৰ পৰা সাংসদ গৰাকীক গামোছা, গ্ৰন্থৰে আদৰণি জনোৱা হয়।____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.