ETV Bharat / state

কলিয়াবৰত দিন-দুপৰতে চুৰিকাৰ্য

author img

By

Published : Aug 30, 2019, 5:32 PM IST

কলিয়াবৰত দিন-দুপৰতে চুৰিকাৰ্য ৷ চুৰি কৰিবলৈ আহি জালত পৰে প্ৰাঞ্জল নামৰ গভাইত চোৰ ৷

কলিয়াবৰত দিন-দুপৰতে চুৰিকাৰ্য

কলিয়াবৰ, 30 আগষ্টঃ কলিয়াবৰত দিন-দুপৰতে চুৰিকাৰ্য | চুৰি কৰিবলৈ আহি জালত পৰে এটা গভাইত চোৰ ৷ শুক্ৰবাৰে কলিয়াবৰৰ মিৰিভেটি গাঁৱৰ এঘৰত দিন-দুপৰতে চুৰি কৰিবলৈ আহোতেই গৃহস্থই হাতে-লোটে ধৰা পেলায় মহেশ বৰা ওৰফে প্ৰাঞ্জল নামৰ চোৰটোক৷ তাৰ পিচতে গভাইত চোৰটোক গতাই দিয়া হয় জখলাবন্ধা আৰক্ষীৰ হাতত। দীৰ্ঘদিনৰে পৰা কলিয়াবৰৰ ভিন্ন স্থানত বহুকেইটা চুৰিকাৰ্য সংঘটিত কৰি ইতিমধ্যে তিনিবাৰকৈ ৰঙাঘৰৰ আলহী হৈছে গভাইত চোৰ মহেশ বৰা ওৰফে প্ৰাঞ্জল৷ ধৃত চোৰটোৰ পৰা আৰক্ষীয়ে চুৰিকাৰ্যত ব্যৱহৃত সঁজুলিৰ লগতে জব্দ কৰে ম'বাইল ফোন, কেমেৰাকে ধৰি কেইবাটাও চুৰি সামগ্ৰী৷

Intro:কলিয়াবৰত দিন-দুপৰতে চোৰ

মিৰিভেটি গাঁৱত ৰাইজে ধৰি পুলিচক গতালে গভাইত চোৰকBody:কলিয়াবৰত দিন-দুপৰতে চুৰি কৰিবলৈ আহি জালত পৰিল এটা গভাইত চোৰ। কলিয়াবৰৰ মিৰিভেটিত এঘৰত চুৰি কৰিবলৈ আহোতেই গৃহস্থই হাতে-লুটে ধৰে মহেশ বৰা ওৰফে প্ৰাঞ্জলক। তাৰ পিচতে গভাইত চোৰটোক গতাই দিয়ে জখলাবন্ধা আৰক্ষীৰ হাতত।
কলিয়াবৰত দিন-দুপৰতে চুৰিৰ চেষ্টা গভাইত এটা চোৰৰ। চুৰি কৰিবলৈ আহি গৃহস্থৰ হাতত ধৰা পৰিল এই চোৰটো। ধৃত গভাইত চোৰটোৰ নাম মহেশ বৰা ওৰফে প্ৰাঞ্জল। ধৃত চোৰটোৰ ঘৰ কলিয়াবৰৰ চতিয়ালত । 
শুক্ৰবাৰে দিন-দুপৰতে কলিয়াবৰৰ মিৰিভেটি গাঁৱৰ এঘৰত চুৰিকাৰ্য চলাবলৈ লওতেই গৃহস্থই হাতে-লুটে ধৰে গভাইত চোৰটোক। দীৰ্ঘদিনৰে পৰা কলিয়াবৰৰ ভিন্ন স্থানত বহুকেইটা চুৰিকাৰ্য সংঘটিত কৰি ইতিমধ্যে তিনিবাৰকৈ ৰঙাঘৰৰ আলহী হৈছে গভাইত চোৰ মহেশ বৰা ওৰফে প্ৰাঞ্জল। ধৃত চোৰটোৰ পৰা আৰক্ষীয়ে চুৰিকাৰ্যত ব্যবহৃত সঁজুলিৰ লগতে জব্দ কৰে ম'বাইল ফোন, কেমেৰাকে ধৰি কেইবাটাও চুৰি সামগ্ৰী।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.