ETV Bharat / state

জুৰীয়াত জাপানীজ এনকেফেলাইটিছৰ আতংক; আক্ৰান্ত এগৰাকী মহিলা - japanese-enchaflities

জুৰীয়াত জাপানীজ এনকেফেলাইটিছৰ আতংক ৷ পুনৰ আক্ৰান্ত মহিলা ৷ ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি ঘৰলৈ উভতাই আনিলে আক্ৰান্ত মহিলাক ৷

জুৰীয়াত জাপানিজ এনকেফেলাইটিছৰ আতংক; আক্ৰান্ত এগৰাকী মহিলা
author img

By

Published : Jul 28, 2019, 2:23 PM IST

জুৰীয়া,28জুলাইঃ

  • ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ অব্যাহত
  • জুৰীয়াত জাপানিজ এনকেফেলাইটিছৰ আতংক
  • পুনৰ আক্ৰান্ত মহিলা
  • আক্ৰান্ত হোৱা মহিলাগৰাকী জুৰীয়া তেলিয়া বেবেজীয়া গাঁৱৰ ৰুকিয়া বেগম
  • ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি ঘৰলৈ উভতাই আনিলে আক্ৰান্ত মহিলাগৰাকীক
  • পুনৰ এগৰাকী মহিলা আক্ৰান্ত হোৱাত আতংকিত কৰিছে অঞ্চলটোৰ ৰাইজক
  • উল্লেখ্য যে জুৰীয়াৰ সমীপৱৰ্তী গনেশ টাপু আৰু বাঘেটাপু চৰত দুটিকৈ শিশু জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত
    জুৰীয়াত জাপানীজ এনকেফেলাইটিছৰ আতংক; আক্ৰান্ত এগৰাকী মহিলা

Intro:জুৰীয়াত জাপানিজ এনকেফেলাইটিছৰ আতংক ৷পুনৰ আক্ৰান্ত মহিলা ৷ ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি ঘৰলৈ উভতাই আনিলে আক্ৰান্ত মহিলাক ৷
Body:জুৰীয়াত জাপানিজ এনকেফেলাইটিছৰ আতংক ৷পুনৰ আক্ৰান্ত মহিলা ৷ ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি ঘৰলৈ উভতাই আনিলে আক্ৰান্ত মহিলাক ৷
ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ সংহাৰ অব্যাহত ৷ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ চুড়ান্ত ব্যৰ্থতা উদঙাই এই ৰোগত বহু কেইজনে প্ৰাণ হেৰুৱাৰ লগতে নিতৌ বৃদ্বি পাইছে আক্ৰান্তৰ সংখ্যা ৷ নগাঁও জিলাৰ জুৰীয়াত জাপানিজ এনকেফেলাইটিছ ৰোগত পুনৰ এগৰাকী মহিলা আক্ৰান্ত হোৱাত আতংকিত কৰিছে অঞ্চলটোৰ ৰাইজক । নতুনকৈ জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে জুৰীয়া তেলিয়া বেবেজীয়া গাৱঁৰ ৰুকিয়া বেগম নামৰ মহিলা এগৰাকী ।ইতিমধ্যে GNRCত মহিলা গৰাকী চিকিৎসাধীন হৈ আছিল যদিও ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি পৰিয়ালৰ লোকে ঘৰলৈ ওভতাই আনে মহিলা গৰাকীক।উল্লেখ্য যে জুৰীয়াৰ সমীপৱৰ্তী গনেশ টাপু আৰু বাঘেটাপু চৰত দুটিকৈ শিশু জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ লগতে ৰূপহীহাটৰ কুমাৰ গাৱতো এগৰাকী মহিলা এই ৰোগত আক্ৰান্ত হৈছে।ৰূপহীহাট সমষ্টিৰ এলেকাধিন এই অঞ্চল সমূহত জাপানিজ এনকেফেলাইটিছ ৰোগে ভয়ংকৰ ৰূপ লোৱাত ৰাইজ আতংকিত হৈ পৰিছে যদিও ৰোগ প্ৰতিৰোধ আৰু সজাগতা সৃষ্টিৰ বাবে স্বাস্হ্য বিভাগে আদ্যপি কোনো পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ৰূপহীহাটৰ পৰা উত্তম কুমাৰ বৰা ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.