ETV Bharat / state

পথ মেৰামতিৰ দাবীত নগাঁৱত সাংবাদিকৰ একক প্ৰতিবাদ

author img

By

Published : Oct 5, 2020, 4:23 PM IST

কামপুৰত পথ মেৰামতিৰ দাবীত সাংবাদিকৰ অৱস্থান ধৰ্মঘট ৷ শীঘ্ৰে পথ মেৰামতিৰ দাবী সাংবাদিকৰ ৷

Individual protest of journalists in Nagaon, demanding repair of roads
পথ মেৰামতিৰ দাবীত নগাঁৱত সাংবাদিকৰ একক প্ৰতিবাদ

বঢ়মপুৰ, 5 অক্টোবৰ : পথ মেৰামতি কৰাৰ দাবীত নগাঁও জিলাৰ কামপুৰত এগৰাকী সাংবাদিকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । শীঘ্ৰে পথটি মেৰামতি কৰাৰ দাবী জনাই সাংবাদিকগৰাকীয়ে অন্যথা প্ৰতিবাদ অব্যাহত ৰাখিব বুলি উল্লেখ কৰে ৷

অভিযাগ অনুসৰি, কামপুৰ-কঠীয়াতলী সংযোগী মূল পথটোৰ এটা অংশ দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ বাবে যাতায়তৰ অনুপযোগী হৈ আছিল ৷ বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক পথটি মেৰামতি কৰাৰ বাবে অনুৰোধ জনাইছিল যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযাগ ৷

বিভাগীয় কৰ্তৃপক্ষৰ বিষয়া

সোমবাৰে পথটি মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ দাবী জনাই এককভাৱে প্ৰতিবাদ সাব্যস্ত কৰে কামপুৰৰ সাংবাদিক সমৰেন্দ্ৰ বৰাই ৷ ইফালে, সাংবাদিক গৰাকীৰ প্ৰতিবাদৰ পিচতে উক্ত স্থানত বিভাগীয় কৰ্তৃপক্ষৰ লোক উপস্থিত হৈ পথটি শীঘ্ৰে মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক : বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.