ETV Bharat / state

নগাঁৱৰ বজৰং অট'মবাইলত আয়কৰ বিভাগৰ অভিযান - নগাঁৱৰ বজৰং অট'মবাইল

নগাঁৱত ব্যৱসায়ী অৰবিন্দ আগৰৱালৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান ৷ আয়কৰ বিভাগে গাড়ীৰ প্লেট ঢাকি অভিযান চলায় দলটোৱে ৷

নগাঁও
নগাঁৱৰ বজৰং অট'মবাইলত আয়কৰ বিভাগৰ অভিযান
author img

By

Published : Jan 17, 2020, 11:18 PM IST

নগাঁও,17 জানুৱাৰীঃ নগাঁৱত আয়কৰ বিভাগৰ এটা বৃহৎ দলৰ অভিযান । নগাঁৱৰ সম্পত্তিশালী ব্যৱসায়ী অৰবিন্দ আগৰৱালৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলাই আয়কৰ বিভাগৰ দলটোৱে । ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক কোনো তথ্য সদৰী কৰা নাই অভিযানকাৰী দলটোৱে ।

নগাঁৱৰ বজৰং অট'মবাইলত আয়কৰ বিভাগৰ অভিযান

উল্লেখ্য যে,অভিযানকালত আয়কৰ বিভাগৰ দলটোৱে লৈ অহা গাড়ীৰ আয়কৰ বিভাগৰ প্লেট ঢাকি অভিযান চলায় । চৰকাৰী বিভিন্ন ঠিকাৰ লগত জড়িত ব্যৱসায় প্ৰতিষ্ঠানটোত দীর্ঘসময় ধৰি অভিযান চলাই আয়কৰ বিভাগৰ দলটোৱে ।

আৰু পঢ়কঃ লাহৰীঘাট দলংৰ মেৰামতিৰ অভাৱত ৰাইজৰ দুৰ্গতি

Intro:নগাঁৱৰ বজৰং অট'মবাইলত আয়কৰ বিভাগৰ বৃহৎ দলৰ অভিযান।

Body:নগাঁৱত আয়কৰ বিভাগৰ এটা বৃহৎ দলে চলাইছে অভিযান। নগাঁৱৰ বহু সম্পত্তিশালী ব্যৱসায়ী অৰবিন্দ আগৰৱালৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলাইছে আয়কৰ বিভাগৰ দলে। সংবাদ মাধ্যমক কোনো তথ্য সদৰী কৰা নাই অভিযানকাৰী দলে। আয়কৰ বিভাগৰ দলটোৱে লৈ অহা গাড়ীৰ আয়কৰ বিভাগৰ প্লেট ঢাকি চলাইছে অভিযান। চৰকাৰী বিভিন্ন ঠিকাতো জড়িত ব্যৱসায় প্ৰতিষ্ঠানটোত দীর্ঘসময়ৰ ধৰি অভিযান চলাইছে দলটোৱে।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.