ETV Bharat / state

চামগুৰিত ধাবাৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

author img

By

Published : Oct 21, 2020, 10:31 AM IST

মঙলবাৰে নিশা চামগুৰিৰ ৰোড লাইন ধাবাৰ এক গোপন কক্ষৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ অবৈধ সুৰা ৷ লগতে আটক এজন সুৰা ব্যৱসায়ী ৷ আনহাতে ধাবাখনৰ স্বত্বাধিকাৰী আইজুল হককো আৰক্ষীয়ে আটক কৰে আৰক্ষীয়ে ৷

Illegal wine seized in Samaguri
চামগুৰিত ধাবাৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

নগাঁও,21 অক্টোবৰ : দুৰ্গোৎসৱৰ প্ৰাক্ক্ষণত নগাঁৱৰ চামগুৰিত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান আৰম্ভ । মঙলবাৰে নিশা কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা অভিযানত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ হোৱাৰ লগতে এজনক আটক কৰে আৰক্ষীয়ে ৷

চামগুৰিৰ সোণাৰিবালিস্থিত ৰোড লাইন ধাবাৰ এক গোপন কক্ষৰ পৰা উদ্ধাৰ হয় অবৈধভাৱে মজুত কৰি ৰখা দেশীয় সুৰাখিনি। দীৰ্ঘদিন ধৰি অবৈধ সুৰাৰ ৰমৰমীয়া বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত ধাবাখনৰ স্বত্বাধিকাৰী আইজুল হককো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : নগাঁও আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছ, পিষ্টল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.