ETV Bharat / state

নগাৱঁত  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই অথন্তৰ, প্ৰশ্ন কাকত ফাদিলক লৈ চাঞ্চল্য

ৰীক্ষা আৰম্ভ হোৱাৰ ৩৫ মিনিট পিছতেই প্ৰশ্ন কাকত ফাদিল

author img

By

Published : Feb 14, 2019, 2:11 PM IST

etv bharat
photo1
নগাঁও,১৪ ফেব্ৰুৱাৰী: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম পৰীক্ষাতে নগাঁৱত ঘটিল ভয়ংকৰ অঘটন। প্ৰশ্ন কাকত ফাদিলক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। তথ্য অনুসৰি পৰীক্ষা আৰম্ভ হোৱাৰ ৩৫ মিনিট পিছতেই whatsapp যোগে ফাদিল হল প্ৰশ্ন কাকত।
নগাঁৱৰ বাটদ্ৰৱা জাজৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই প্ৰশ্ন কাকত ফাদিল হোৱা বুলি চৰ্চা চলাৰ সময়ত বিষয়টো তদন্তৰ দাবী জনাইছে বিদ্যালয়খনৰ অধ্যক্ষৰ লগতে দায়িত্বত থকা নিৰীক্ষকে। বিষয়টোক লৈ স্থানীয় জাজৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য যে জাজৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰশ্ন কাকত ফাদিল হোৱা নাই বুলি দাবী কৰে অধ্যক্ষই।
undefined

A_NGN_802-810_14FEB_HSLC_QUESTION_PAPER_RAKIBUL_WAHID
VIS+BITE SEND BY FTP 

STORY. হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই অথন্তৰ। প্ৰশ্ন কাকত ফাদিলক লৈ চাঞ্চল্য। 

Ocvo. হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম পৰীক্ষাতে নগাঁৱত ঘটিল ভয়ংকৰ অঘটন। প্ৰশ্ন কাকত ফাদিলক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। পৰীক্ষা আৰম্ভ হোৱাৰ 35 মিনিট পিছতেই whatsapp যোগে ফাদিল হল প্ৰশ্ন কাকত। নগাঁৱৰ বাটদ্ৰৱা জাজৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই প্ৰশ্ন কাকত ফাদিল হোৱা বুলি চৰ্চা চলাৰ সময়ত বিষয়টো তদন্তৰ দাবী জনাইছে বিদ্যালয়খনৰ অধ্যক্ষৰ লগতে দায়িত্বত থকা নিৰীক্ষকে। বিষয়টোক লৈ স্থানীয় জাজৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। জাজৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰশ্ন কাকত ফাদিল হোৱা নাই বুলি দাবী কৰে অধ্যক্ষই। 
Bite.
-----------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
   14-2-19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.