ETV Bharat / state

লংকা চহৰত ৰাষ্ট্ৰীয় পতাকাক অৱমাননা - হোজাই বাতৰি

সমগ্ৰ দেশতেই বৃহস্পতিবাৰে উদযাপন কৰা হয় 73সংখ্যক স্বাধীনতা দিৱস ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷ চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-কাৰ্যালয় সকলোতে নিৰ্দিষ্ট সময়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে নিৰ্দিষ্ট সময়ত নমাই অনা হয় ৷

লংকা চহৰত ৰাষ্ট্ৰীয় পতাকাক অৱমাননা
author img

By

Published : Aug 15, 2019, 11:55 PM IST

লংকা,15 আগষ্টঃসমগ্ৰ দেশতেই বৃহস্পতিবাৰে উদযাপন কৰা হয় 73সংখ্যক স্বাধীনতা দিৱস ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷ চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-কাৰ্যালয় সকলোতে নিৰ্দিষ্ট সময়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে নিৰ্দিষ্ট সময়ত নমাই অনা হয় ৷

লংকা চহৰত ৰাষ্ট্ৰীয় পতাকাক অৱমাননা

কিন্তু হোজাইৰ লংকা চহৰত দেখিবলৈ পোৱা গ'ল এক বিপৰীত দৃশ্য ৷ স্বাধীনতা দিৱসৰ দিনটোতে ৰাষ্ট্ৰীয় পতাকাক অৱমাননা কৰে লংকাৰ ষ্টেট বেংক অৱ ইণ্ডিয়া শাখাই ৷ সাধাৰনতে সন্ধিয়া হোৱাৰ পূৰ্বেই ৰাষ্ট্ৰীয় পতাকাখন স-সন্মানে নমাই আনিব লাগে, যদিও বেংকৰ সন্মুখত নিশা 7 বজালৈ উৰি থকা পৰিলক্ষিত হয় ৰাষ্ট্ৰীয় পতাকাখন ৷ বেংক কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতা আৰু বেংক পৰিচালকৰ কৰ্মজ্ঞানহীনতা তথা মইমতালিৰ বাবেই এই ঘটনা সংঘটিত হ'বলৈ পালে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ৷

Intro:লংকাত ১৫ আগষ্ট দিনাখনেই অপমান কৰা হল জাতীয় পতাকাখনিক | Body:আজি ১৫ আগষ্ট স্বাধীনতা দিৱস | সমগ্ৰ দেশতেই স্বাধীনতা দিৱস উপলক্ষে সন্মানীয় তিনি বৰণীয়া জাতীয় পতাকাখনক সহ-সন্মানেৰে বিভিন্ন চৰকাৰী, বে-চৰকাৰী কাৰ্য্যলয়ত উত্তোলন কৰাৰ লগতে সন্ধিয়া বেলি অস্ত যোৱাৰ আগমূহুত্বত সহ:সন্মানেৰে নিয়ম অনুসৰি নমোৱা হয় যদিওহোজাই জিলা লংকাত দেখিবলৈ পোৱা গল তাৰ এক উলুটা ৰূপহে | লংকাত ১৫ আগষ্ট দিনাখনেই অপমান কৰা হল জাতীয় পতাকাখনিক | লংকা চহৰৰ মাজমজিয়াতয়া স্থিত SBI ৰ লংকা শাখাৰ সম্মূখত বৰ্তমান সন্ধিয়া ৭ বজা প্ৰজন্ত এনেদৰেই জাতীয় পতাকাখন উৰি থকা দেখা গল | দৰাচলতে লংকা SBI বেংক শাখাৰ কৰ্তৃপক্ষৰ দায়ত্বহীনতা আৰু বেংক পৰিচালকৰ নিজ মইমতালীৰ বাবেই এনে ঘটনা সংঘটিত হল বুলি স্হানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে | আনহাতে আকৌ উক্ত ঘটনা সন্দৰ্ভত, ভাৰতীয় জাতীয় যুৱ কংগ্ৰেছৰ হোজাই জিলা সমিতিৰ সভাপতিয়ে জাতীয় পতাকাখনক বেংক কৰ্তৃপক্ষই অপমান কৰাক লৈ লংকা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিৱ বুলিও আমাৰ কেমেৰাৰ সম্মূখত মন্তব্য দিয়ে | এনে দায়ত্বহীনতা কৰ্ম-কাণ্ড সংঘটিত কৰা বেংকৰ চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিষয়ে চৰকাৰ তথা প্ৰশাসনে বিহিত ব্যৱস্হা গ্ৰহণ কৰিৱনে নে দৰাচলতে সেয়া সময়তহে লক্ষণীয় হৱ??

BYTE: যুৱ কংগ্ৰেছৰ সভাপতি হোজাই জিলা /স্হানীয় লোক

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.