নগাঁও,3 জানুৱাৰী: সমাগত 2021 চনৰ বিধানসভা নিৰ্বাচন ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শাসকীয় দলে আৰম্ভ কৰিছে ৰাজনৈতিক কুচ-কাৱাজ ৷ দলৰ প্ৰতিজন নেতা কৰ্মী ব্যস্ত হৈ পৰিছে দল সাংগঠনিক ভেটি দৃঢ় কৰাত ৷ বুধবাৰে নগাঁৱৰ নেহেৰুৱালীত ৰাজনৈতিক সভাত উপস্থিত থাকিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এক বিশাল চাইকেল ৰেলীত অংশ গ্ৰহণ কৰিব মন্ত্ৰী গৰাকীয়ে ৷ প্ৰায় 25 কিলোমিটাৰ বাট চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু কৰা হৈছে নেহেৰুৱালীৰ বিশেষ পথ ৷
নগাঁৱৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - himanta biswa sharma cycle really
বুধবাৰে নগাঁৱৰ নেহেৰুৱালীত ৰাজনৈতিক সভাত উপস্থিত থাকিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এক বিশাল চাইকেল ৰেলীত অংশ গ্ৰহণ কৰিব মন্ত্ৰী গৰাকীয়ে
![নগাঁৱৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10480828-157-10480828-1612327493529.jpg?imwidth=3840)
নগাঁৱৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
নগাঁও,3 জানুৱাৰী: সমাগত 2021 চনৰ বিধানসভা নিৰ্বাচন ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শাসকীয় দলে আৰম্ভ কৰিছে ৰাজনৈতিক কুচ-কাৱাজ ৷ দলৰ প্ৰতিজন নেতা কৰ্মী ব্যস্ত হৈ পৰিছে দল সাংগঠনিক ভেটি দৃঢ় কৰাত ৷ বুধবাৰে নগাঁৱৰ নেহেৰুৱালীত ৰাজনৈতিক সভাত উপস্থিত থাকিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এক বিশাল চাইকেল ৰেলীত অংশ গ্ৰহণ কৰিব মন্ত্ৰী গৰাকীয়ে ৷ প্ৰায় 25 কিলোমিটাৰ বাট চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু কৰা হৈছে নেহেৰুৱালীৰ বিশেষ পথ ৷
নগাঁৱৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
নগাঁৱৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Last Updated : Feb 3, 2021, 11:11 AM IST