ETV Bharat / state

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন ব্যৰ্থ মন্ত্ৰীঃ সাংসদ গৌৰৱ গগৈ

স্বাস্থ্যমন্ত্ৰী গৰাকীক এজন ব্যৰ্থ মন্ত্ৰী বুলি আখ্যা দি দহ দিন আগলৈকে সংবাদমাধ্যমৰ আগত হাঁহি-ধেমালিৰে কথা পতা হিমন্ত বিশ্ব শৰ্মা বৰ্তমান হতাশাত ভোগা বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ ইয়াৰ লগতে মন্ত্ৰীগৰাকীক তেজৰ ৰক্তচাপ পৰীক্ষা কৰাৰ বাবে অনুৰোধ জনায় ৷

author img

By

Published : Jul 24, 2020, 10:04 PM IST

Health Minister Himanta Bishwa Sarma is a failed minister said MP Gaurav Gogoi
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন ব্যৰ্থ মন্ত্ৰীঃসাংসদ গৌৰৱ গগৈ

বটদ্ৰৱা,24 জুলাইঃ আজি বটদ্ৰৱা সমষ্টিৰ বিভিন্ন ঠাইত সাংসদ পুঁজিৰ কামৰ আধাৰশিলা স্থাপন কৰাৰ লগতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানতো সাংসদ পুঁজিৰে নিৰ্মিত এটি অতিথিশালাৰ শুভ উদ্বোধন কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ৷

ইপিনে,বটদ্ৰৱাত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে সাংসদ গৰাকীয়ে ৷ স্বাস্থ্যমন্ত্ৰী গৰাকীক এজন ব্যৰ্থ মন্ত্ৰী বুলি আখ্যা দি দহ দিন আগলৈকে সংবাদ মাধ্যমৰ আগত হাঁহি-ধেমালিৰে কথা পতা হিমন্ত বিশ্ব শৰ্মা বৰ্তমান হতাশাত ভোগা বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ ইয়াৰ লগতে মন্ত্ৰীগৰাকীক তেজৰ ৰক্তচাপ পৰীক্ষা কৰাৰ বাবে অনুৰোধ জনায় ৷

আনহাতে,কেন্দ্ৰীয় চৰকাৰে দুবছৰৰ বাবে সাংসদ পুঁজি কৰ্তন কৰাক লৈও অসন্তুষ্টি প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ।

লগতে পঢ়কঃ ৰাজস্থান ৰাজনৈতিক সংকট : পাইলটৰ আবেদনৰ স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.